ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Mobile Phone : মোবাইল নিৰ্মাণ আৰু ব্যৱসায়ত ঈৰ্ষণীয় প্ৰদৰ্শন ভাৰতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 18, 2024
Reading Time: 1 min read
A A
0
Mobile Phone : মোবাইল নিৰ্মাণ আৰু ব্যৱসায়ত ঈৰ্ষণীয় প্ৰদৰ্শন ভাৰতৰ

RELATED POSTS

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

New Logo Smal 2 | ASSAM TIMES POST

মোবাইল নিৰ্মাণৰ (Mobile Manufacturing) ক্ষেত্ৰত ভাৰতে (India) নিজাকৈ ব্যৱসায় ( business) গঢ়ি তুলিছে। এই বজাৰখন এতিয়া ৪.১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ভাৰতৰ দৰে এখন দেশৰ বাবে এয়া অতি ভাল খবৰ। বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা পদ্ধতিৰে মোবাইল নিৰ্মাণৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপৰ ফল এয়া।

বৰ্তমান দেশৰ ইলেক্ট্ৰ’নিক সামগ্ৰীৰ বজাৰৰ ৪৩ শতাংশ মোবাইলে দখল কৰিছে। বৰ্তমান ভাৰতে মোবাইল নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। দেশত বিভিন্ন ধৰণৰ মোবাইল কোম্পানীয়ে নিজৰ ব্যৱসায় চলাই আছে। ২০১৪ চনৰ পূৰ্বে ভাৰতৰ ৭৮ শতাংশ মোবাইল বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰা হৈছিল।

mobile | ASSAM TIMES POST
ভাৰত মোবাইল নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত

ভাৰতৰ মোবাইল বজাৰখন মূলত বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰা মোবাইলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু লাহে লাহে ভাৰতে মোবাইল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান বেছিভাগ মোবাইল ভাৰতত নিৰ্মাণ আৰু বিক্ৰী হয়। ভাৰত মোবাইলতো স্বাৱলম্বী হৈছে। অৰ্থাৎ ভাৰতত বিক্ৰী হোৱা ৯৯.২ শতাংশ মোবাইল ভাৰততে নিৰ্মাণ কৰা হয়।

ভাৰতত মোবাইলৰ এখন বিশাল বজাৰ আছে। এতিয়া সকলোৰে হাতে হাতে ফোন। ফোন অবিহনে কাকো পোৱা নাযায়। সেয়ে বহু কোম্পানী এই বিশাল বজাৰখন দখল কৰিবলৈ আগ্ৰহী। ভাৰতত কেইবাটাও মোবাইল কোম্পানীয়ে স্মাৰ্ট ফোন নিৰ্মাণ আৰু বিক্ৰী কৰে। ভাৰতত সোইবোৰৰ কাৰখানাও আছে। তাতেই ফোন তৈয়াৰ কৰা হয় আৰু ভাৰতৰ বজাৰতে বিক্ৰীও হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MobilePhoneমোবাইলনিৰ্মাণ
Share4Tweet3Send

Related Posts

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি
Economy

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

by News Desk
September 15, 2026
54
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

by News Desk
September 1, 2026
53
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
51
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
ADVERTISEMENT
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
50
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
50
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
51
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d