ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

India Car Market : সমগ্ৰ দেশতে শ্ব’ৰুমত পৰি আছে প্ৰায় আঠ মিলিয়ন গাড়ী, কিন্তু কিয়?

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2024
Reading Time: 1 min read
A A
0
India Car Market : সমগ্ৰ দেশতে শ্ব’ৰুমত পৰি আছে প্ৰায় আঠ মিলিয়ন গাড়ী, কিন্তু কিয়?

RELATED POSTS

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

New Logo Smal 1 | ASSAM TIMES POST

সন্মুখত উৎসৱৰ বতৰ। কিন্তু ইয়াৰ পিছতো গাড়ীৰ বজাৰ মন্দা (Car market slowdown)। বছৰটোৰ ভিতৰত ব্যৱসায় যিমানেই বেয়া নহওক কিয়, উৎসৱৰ বতৰত এই উদ্যোগত বিক্ৰী সদায় বৃদ্ধি হোৱা দেখা গৈছে। কিন্তু দেশৰ শীৰ্ষ গাড়ী বিক্ৰেতা সংস্থা ফেডাৰেচন অব অটোম’বাইল ডিলাৰ্ছ এছ’চিয়েচ (Federation of Automobile Dealers Associations)নে কয় যে যাত্ৰীবাহী গাড়ী বিক্ৰেতাত মজুত থকা বাহনৰ সংখ্যাই যোৱাবছৰৰ পৰিসংখ্যা অতিক্ৰম কৰিছে।

FADA-য়ে জনোৱা মতে, বিগত ৭০-৭৫ দিন ধৰি শ্ব’ৰুমত (showroom) মুঠ ৭.৮ লাখ বাহন পৰি আছে (total of 7.8 lakh vehicles are lying), যাৰ বজাৰ মূল্য প্ৰায় ৭৪ হাজাৰ কোটি টকা। গাড়ী কোম্পানীসমূহে অহৰহ উৎপাদন আৰু যোগান বৃদ্ধি কৰি আছে। ফলত দোকানৰ (শ্ব’ৰুম) গুদামত বিক্ৰী নোহোৱা গাড়ী জমা হৈছে। তাৰ বাবেই ডীলাৰসকলৰ মাজত কিছু আৰ্থিক চিন্তাৰ সৃষ্টি হৈছে। কাৰণ মজুত কৰা বাহনৰ বয়স ৩০ দিনতকৈ অধিক হোৱাটো ডীলাৰসকলৰ বাবে চিন্তাৰ বিষয়। সেই সময়সীমা ৬০ দিনৰ পৰা ৭০-৭৫ দিনলৈ বৃদ্ধি পাইছে। কাৰণ ডীলাৰসকলে বেংকৰ পৰা লোৱা ঋণ সুতেৰে ৬০ দিনৰ ভিতৰত পৰিশোধ কৰে। যোৱা বছৰৰ এটা সময়ত ৬৫ দিন পৰ্যন্ত মজুত আছিল।

Car 21 | ASSAM TIMES POST
সমগ্ৰ দেশতে শ্ব’ৰুমত পৰি আছে প্ৰায় আঠ মিলিয়ন গাড়ী

কিন্তু গাড়ী ক্ৰেতাৰ হঠাৎ অনীহা কিয়? FADA-ৰ সভাপতি মনীষ ৰাজ সিংহানিয়াই সংবাদ মাধ্যমৰ আগত কয় যে গাড়ী কোম্পানীসমূহে উৎপাদন আৰু যোগান অহৰহ বৃদ্ধি কৰি আছে। কিন্তু মে’ মাহত বজাৰৰ পৰা যাত্ৰীবাহী গাড়ীৰ বিক্ৰী হঠাতে কমি গৈছে। ফলত ষ্টকৰ পৰিমাণ বৃদ্ধি পাইছে। জুলাই আৰু আগষ্ট মাহতো গাড়ী নিৰ্মাতাসকলে মাহেকীয়া চাহিদাৰ ভিত্তিত গাড়ী ডীলাৰলৈ প্ৰেৰণ কৰাৰ লগে লগে সংখ্যা বৃদ্ধি পায়।

FADA-য়ে লগতে কয় যে উৎসৱৰ বতৰৰ পূৰ্বে ষ্টক জমা হোৱাৰ বাবে ডীলাৰসকল বিশেষভাৱে চিন্তিত নহয়। কিন্তু বিভিন্ন ৰাজ্যত অত্যধিক বৰষুণৰ ফলত গাড়ী ক্ৰয়ৰ চাহিদা হ্ৰাস পাইছে। শেহতীয়াকৈ FADA-ৰ সভাপতি মনীষ সিংহানিয়াই কৈছিল যে ২০১৮-১৯ বিত্তীয় বৰ্ষ তেওঁলোকৰ বাবে দুঃস্বপ্নৰ দৰে আছিল। গাড়ী বজাৰৰ উত্থানৰ মাজতে দেশৰ ২৮০খন বজাৰ বন্ধ হৈ পৰে। তেতিয়াৰে পৰাই তেওঁলোকে ষ্টকৰ প্ৰতি সাৱধান হৈ আহিছে। বাহনৰ অ’ ই এম আৰু অটো নিৰ্মাতাসকলে ডীলাৰসকলৰ ওপৰত নিজৰ বজাৰখন বজাই ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে FADA-ই।

উল্লেখ্য যে শীৰ্ষ গাড়ী নিৰ্মাতা টাটা মটৰ্ছ, মাৰুতি, টয়োটা, মহিন্দ্ৰা আদিৰ যাত্ৰীবাহী বাহনৰ বিক্ৰী বছৰৰ পিছত বছৰ ধৰি ১.৬ শতাংশ হ্ৰাস পাই ৩০৪,৩৮১ খন হৈছে। ভাৰতৰ সৰ্ববৃহৎ যাত্ৰীবাহী গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি ছুজুকিৰ পাইকাৰী বিক্ৰী ৯.৬৭ শতাংশ হ্ৰাস পাইছে। অৱশ্যে ইয়াৰ সৰু গাড়ীৰ বিক্ৰী সুস্থিৰ হৈ আছে। মধ্যম আকাৰৰ চেডানৰ বিক্ৰী যথেষ্ট হ্ৰাস পাইছে। ইফালে ডীলাৰসকলে যাতে আৰ্থিক লোকচানৰ সন্মুখীন নহয় তাৰ বাবে অতিৰিক্ত ষ্টকিং বন্ধ কৰাৰ ক্ষিপ্ৰ সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে FADA-ই। বৰ্তমান বজাৰত স্প’ৰ্টছ ইউটিলিটি বাহনৰ (এছ ইউ ভি) চাহিদা বেছি। বিশেষকৈ মধ্যমীয়া আকাৰৰ এছ ইউ ভিৰ কম সময়ৰ ভিতৰতে ভাৰতত চাহিদা বহু পৰিমাণে বাঢ়িছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndiaCarMarketগাড়ীৰবজাৰ
Share5Tweet3Send

Related Posts

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি
Economy

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

by News Desk
September 15, 2026
54
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

by News Desk
September 1, 2026
53
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
51
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
ADVERTISEMENT
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
50
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
50
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
51
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d