ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

IMF : ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব, আই এম এফ

নিউজ ডেস্কঃ

News Desk by News Desk
August 16, 2024
Reading Time: 1 min read
A A
0
IMF : ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব, আই এম এফ

RELATED POSTS

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

New Logo Smal 1 | ASSAM TIMES POST

আন্তৰ্জাতিক মুদ্ৰা নিধি (International Monetary Fund)ৰ (আই এম এফ) মতে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ (India’s economic growth rate) আশা কৰাতকৈ অধিক (More than expected)। সংস্থাটোৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে (Gita Gopinath) শুকুৰবাৰে কয়, “২০২৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম হ’ব।” ‘ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত আই এম এফৰ প্ৰথমগৰাকী মহিলা মুখ্য অৰ্থনীতিবিদে দাবী কৰে যে তিনি বছৰৰ ভিতৰত ভাৰত আমেৰিকা আৰু চীনৰ পিছত থাকিব।

imf 1 | ASSAM TIMES POST
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

শুকুৰবাৰে গীতাই কয়, “ভাৰতৰ অৰ্থনৈতিক বিকাশ বিগত বিত্তীয় বৰ্ষত আশা কৰাতকৈ বহু ভাল হৈছে। সেই প্ৰভাৱসমূহে এই বিত্তীয় বৰ্ষৰ বাবে আমাৰ পূৰ্বাভাসত প্ৰভাৱ পেলাইছে। আনটো কাৰণ হ’ল, আমি বিভিন্ন তথ্য বিশ্লেষণ কৰাৰ লগে লগে ভাৰতীয়ৰ ব্যক্তিগত ব্যৱহাৰৰ হাৰ (উপভোক্তা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত) পুনৰ বৃদ্ধি পাইছে। যাৰ বাবে ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব।”

উল্লেখ্য যে ২০২৩ চনত লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল, ‘২০২৭ চনৰ ভিতৰত ভাৰত জাপান আৰু জাৰ্মানীৰ পিছত তৃতীয় বৃহত্তম শক্তি হিচাপে পৰিগণিত হ’ব। আমাৰ লক্ষ্য হৈছে ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকীৰ পূৰ্বে ৩.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱা।” আনহাতে, যোৱা জুলাই মাহত আই এম এফে প্ৰকাশ কৰা বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ প্ৰতিবেদনত ভাৰতৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) বৃদ্ধিৰ হাৰ ২০২৪-২৫ চনত ৭ শতাংশ হ’ব বুলি দাবী কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GitaGopinathIMFIndia'seconomicভাৰতৰঅৰ্থনীতি
Share5Tweet3Send

Related Posts

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি
Economy

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

by News Desk
September 15, 2026
54
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

by News Desk
September 1, 2026
53
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
51
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
ADVERTISEMENT
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
50
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
50
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
51
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d