ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Narendra Modi oath taking ceremony I শপত গ্ৰহণৰ পূৰ্বে ৰাজনাথ সিঙক লগত লৈ বাজপেয়ী আৰু গান্ধীক শ্রদ্ধা জ্ঞাপন মোদীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2024
Reading Time: 1 min read
A A
0
Narendra Modi oath taking ceremony I শপত গ্ৰহণৰ পূৰ্বে ৰাজনাথ সিঙক লগত লৈ বাজপেয়ী আৰু গান্ধীক শ্রদ্ধা জ্ঞাপন মোদীৰ

Oplus_131072

RELATED POSTS

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

New Logo Smal 1 | ASSAM TIMES POST

তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রী পদত শপত গ্রহণ কৰিবলৈ আগবাঢ়িছে নৰেন্দ্র মোদী (Narendra Modi) । আজি সন্ধ্যা ৰাষ্ট্রপতি ভৱনত আয়োজিত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব মোদীয়ে। তাৰ পূৰ্বে দেওবাৰে পুৱা মোদীয়ে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ স্মৃতিসৌধত শ্রদ্ধা জ্ঞাপন কৰে।

Narendra Modi oath taking ceremony I
শপত গ্ৰহণৰ পূৰ্বে ৰাজনাথ সিঙক লগত লৈ বাজপেয়ী আৰু গান্ধীক শ্রদ্ধা জ্ঞাপন মোদীৰ:

ইয়াৰ পিছত প্রাক্তন প্রধানমন্ত্রী অটলবিহাৰী বাজপেয়ীৰ স্মৃতিসৌধ ‘সদৈব অটল’ত গৈয়ো বিজেপিৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক শ্রদ্ধা জ্ঞাপন কৰে মোদীয়ে। তেওঁৰ আগত আছিল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। গান্ধী আৰু বাজপেয়ীক শ্রদ্ধা জ্ঞাপনৰ পিছত তেওঁলোকে ৰাজধানীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায়।

আনহাতে, দেওবাৰে পুৱা মোদীৰ বাসগৃহত এক চাহ মেলৰ আয়োজন কৰা হৈছে। তাত মোদীৰ সৈতে সম্ভাৱ্য মন্ত্রীসকলে যোগ দিব বুলি সূত্রত প্ৰকাশ। ইতিমধ্যে তেওঁলোকক আমন্ত্রণ জনোৱা হৈছে।

উল্লেখ্য, দেওবাৰে সন্ধ্যা ৭.১৫ বজাত প্রধানমন্ত্রী হিচাবে শপত গ্রহণ কৰিব মোদীয়ে। তেওঁক শপতবাক্য পাঠ কৰাব ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে। এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনা, শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্রমসিঙ্ঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুসহ একাধিক ৰাষ্ট্রনেতা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বাজপেয়ী আৰু গান্ধীক শ্রদ্ধা জ্ঞাপন মোদীৰশপত গ্ৰহণৰ পূৰ্বে ৰাজনাথ সিঙক লগত লৈ
Share4Tweet3Send

Related Posts

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

by News Desk
September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
51
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

by News Desk
September 5, 2026
54
ADVERTISEMENT
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
50
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

September 7, 2026
50
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d