ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi election rally । লক্ষ্য পূৰণ নোহোৱালৈকে ভগৱানে মোক নিনিয়ে, প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 24, 2024
Reading Time: 1 min read
A A
0
Modi slams Rahul Gandhi : নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই ভাৰতীয় সংবিধান ধ্বংস কৰিছে; ৰাহুলক প্ৰত্যুত্তৰ মোডীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

“মই নিশ্চিত যে মই জৈৱিকভাৱে জন্ম লোৱা নাই। ঈশ্বৰে মোক পঠিয়াইছে। কিছু বিশেষ কাম কৰিবলৈ পঠিওৱা হৈছে।” আজি পুনৰবাৰ নৰেন্দ্ৰ মোডীয়ে (PM Modi) এই কথা উল্লেখ কৰি কয় যে ভগৱানে তেওঁক ২০৪৭ চনত ‘উন্নত ভাৰত’ৰ লক্ষ্য পূৰণৰ বাবে পঠিয়াইছে। যেতিয়ালৈকে সেই লক্ষ্য পূৰণ নহ’ব, তেতিয়ালৈকে ভগৱানে তেওঁক উভতাই নিব নোৱাৰে।

PM Modi election rally ।
লক্ষ্য পূৰণ নোহোৱালৈকে ভগৱানে মোক নিনিয়ে, প্ৰধানমন্ত্ৰী মোডী:

আনহাতে, ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদি মোডীক ভগৱানে পঠিয়াইছিল, তেন্তে কোভিডৰ সময়ত গংগাত মৃতদেহ ওপঙি থকাৰ সময়ত, চিকিৎসালয়ৰ সন্মুখত মৃতদেহবোৰ গোট খাই থকাৰ সময়ত তেওঁ কিয় বাচন বজাবলৈ কৈছিল। যাক পৰমত্মাই পঠিয়াইছে তেওঁ কৈছিল, মোবাইলৰ লাইট জ্বলাওক।

ভগৱানে যাক পঠিয়াইছে, কিয় তেওঁ কেৱল আদানী, আম্বানীৰ দৰে দেশৰ ২২জন কোটিপতিৰ বাবে কাম কৰে? কংগ্ৰেছ নেতাসকলে লগতে কটাক্ষ কৰে, মোডীয়ে ইমান দিনে নিজকে ঈশ্বৰৰ দূত বুলি মানিছিল। এতিয়া তেওঁ ইচ্ছামৃত্যুৰ শক্তি থকা বুলিও দাবী কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ বাৰাণসীত দিয়া এক সাক্ষাৎকাৰত নৰেন্দ্ৰ মোডীক সোধা হৈছিল, তেওঁ ইমান শক্তি ক’ৰ পৰা পায়? নৰেন্দ্ৰ মোডীয়ে তাৰ উত্তৰত কয়, “মা জীয়াই থকালৈকে মই অনুভৱ কৰিছিলো যে মই এটা জৈৱিক প্ৰক্ৰিয়াত জন্ম লৈছো। কিন্তু মা যোৱাৰ পিছত মোৰ অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰো যে ভগৱানে মোক পঠিয়াইছে। সেইবাবেই ইমান কামৰ সজীৱতা। মোৰ এটা কাম আছে। সেইবাবেই মোক পঠোৱা হ’ল।”

ইলেক্ট্ৰনিক মিডিয়াৰ এক অনুষ্ঠানত ভাষণ দি ৭৩ বছৰীয়া নৰেন্দ্ৰ মোডীয়ে কয়, “২০৪৭ চনত এখন উন্নত ভাৰতৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ ভগৱানে মোক পঠিয়াইছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, সেই লক্ষ্য পূৰণ নোহোৱালৈকে ভগৱানে মোক উভতাই নিনিয়ে।” উল্লেখ্য যে ২০৪৭ চনত নৰেন্দ্ৰ মোডীৰ বয়স হ’ব ৯৬ বছৰ।

Tags: প্ৰধানমন্ত্ৰী মোডীভগৱানে মোক নিনিয়েলক্ষ্য পূৰণ নোহোৱালৈকে
Share4Tweet3Send

Related Posts

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

by Staff Reporter
June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx