ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme court of India I মহিলা কয়দীসকল কেনেকৈ গৰ্ভৱতী হয়? বংগৰ গোচৰ সন্দৰ্ভত সকলো ৰাজ্যৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 16, 2024
Reading Time: 1 min read
A A
0
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

কয়দীসকল কেনেকৈ গৰ্ভৱতী হয় এই সন্দৰ্ভত পশ্চিমবংগৰ এটা গোচৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) স্বতঃপ্ৰণোদিতভাৱে গ্ৰহণ কৰিছিল। এই গোচৰটো সন্দৰ্ভত এতিয়া সকলো ৰাজ্যৰ পৰা প্ৰতিবেদন বিচৰা হৈছে। দেশৰ শীৰ্ষ আদালতে কাৰাগাৰত থকা মহিলাসকলৰ অৱস্থাৰ বিষয়েও জানিব বিচাৰিছে। সকলো ৰাজ্যই এই তথ্য প্ৰতিবেদন আকাৰে প্ৰদান কৰিব লাগিব। শীৰ্ষ ন্যায়ালয়ে এই সন্দৰ্ভত সকলো ৰাজ্যকে জাননী জাৰি কৰিছে।

Supreme Court of India
মহিলা কয়দীসকল কেনেকৈ গৰ্ভৱতী হয়?:

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কাৰাগাৰত মহিলা কয়দীসকলৰ গোচৰৰ শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ হিমা কোহলী আৰু আছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে গোচৰটোত এখন সমিতি গঠনৰ নিৰ্দেশ দিয়ে। সমিতিখনে ৰাজ্যিক কাৰাগাৰত মহিলা কয়দীসকলৰ অৱস্থা আৰু তেওঁলোকৰ বাবে কেনেধৰণৰ সেৱা উপলব্ধ আছে সেই বিষয়ে অনুসন্ধান কৰিব।

উল্লেখযোগ্য যে তাপস ভঞ্জে নামৰ এগৰাকী ব্যক্তিয়ে কাৰাগাৰৰ ভিতৰত মহিলা কয়দীসকলৰ অৱস্থাৰ প্ৰতি কলিকতা উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰৰ মহিলা কয়দীসকল গৰ্ভৱতী হৈ আছে। তাপসে দাখিল কৰা প্ৰতিবেদন অনুসৰি, যোৱা বছৰলৈকে ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰত ১৯৬ টা শিশুৰ জন্ম হৈছে।

শেহতীয়াকৈ আলিপুৰ মহিলা কাৰাগাৰৰ এগৰাকী কয়দীও গৰ্ভৱতী হয়। সেয়েহে তেওঁ ন্যায় বিচাৰি মুখ্য ন্যায়াধীশ টি এছ শিৱজ্ঞানম আৰু ন্যায়াধীশ সুপ্ৰতীম ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ লগতে বিচাৰিছিল যে ৰাজ্যখনৰ সকলো মহিলা সংশোধনী গৃহত বা মহিলাৰ কোষত কোনো পুৰুষক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া উচিত নহয়।

আনহাতে, উচ্চতম ন্যায়ালয়ে গোচৰটোৰ স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰে। তেনে ক্ষেত্ৰত আদালতে সকলো ৰাজ্যৰ পৰা প্ৰতিবেদন বিচাৰিছে। সকলো ৰাজ্যলৈ এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। শীৰ্ষ আদালতে এখন সমিতি গঠনৰো নিৰ্দেশো দিয়ে। শুকুৰবাৰে শুনানিৰ সময়ত ন্যায়াধীশ কোহলীয়ে বংগ কাৰাগাৰত মহিলা কয়দীসকলৰ বাবে পৰ্যাপ্ত চেনিটাৰী নেপকিন আছেনে নাই সেয়াও সোধা-পোছা কৰে।

Tags: বংগৰ গোচৰ সন্দৰ্ভত সকলো ৰাজ্যৰ পৰা প্ৰতিবেদনবিচাৰিলে উচ্চতম ন্যায়ালয়েমহিলা কয়দীসকল কেনেকৈ গৰ্ভৱতী হয়?
Share4Tweet3Send

Related Posts

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

by News Desk
July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

by News Desk
July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

by News Desk
July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT