ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ফেব্ৰুৱাৰীত ভাৰতীয় ক্ৰিকেট দলৰ নিউজীলেণ্ড ভ্ৰমণঃ প্ৰত্যাহ্বান হ’ব বতাহ

ASSAM TIMES POST by ASSAM TIMES POST
January 2, 2020
Reading Time: 1 min read
A A
0
ফেব্ৰুৱাৰীত ভাৰতীয় ক্ৰিকেট দলৰ নিউজীলেণ্ড ভ্ৰমণঃ প্ৰত্যাহ্বান হ’ব বতাহ

Leeds: India's Jasprit Bumrah, left, celebrates with teammates the dismissal of Sri Lanka's Kusal Perera during the Cricket World Cup match between India and Sri Lanka at Headingley in Leeds, England, Saturday, July 6, 2019. AP/PTI(AP7_6_2019_000082A)

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নিউজ ডেক্সঃ নতুন বছৰত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম বিদেশ অভিযান হ’ব নিউজীলেণ্ডত৷ নিউজীলেণ্ডত ভাৰতীয় ক্ৰিকেট দলৰ বাবে আহিব বিৰাট প্ৰত্যাহ্বান৷ ৰিছাৰ্ড হেডলিৰ দেশত আৰম্ভ হ’ব লগা এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আহিছে আন এক পৰীক্ষা৷

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

এই প্ৰত্যাহ্বান আহিব বতাহৰ বাবে৷ যিহেতু নিউজীলেণ্ডত বতাহ বেগ তীব্ৰ৷ প্ৰধানকৈ ৱালিংটন আৰু ক্ৰাইষ্টচাৰ্চত বতাহৰ বেগ বহু বেছি৷

তাক মোকাবিলা কৰাটো হ’ল ভাৰতীয় বেটছমেনৰ বাবে এক প্ৰত্যাহ্বান৷ উল্লেখ্য যে নিউজীলেণ্ডত অহা ফেব্ৰুৱাৰী মাহত ভাৰতীয় ক্ৰিকেট দলে দুখন টেষ্ট মেছ, পাঁচখন টি-টুৱেণ্টি আৰু তিনিখন এদিনীয়া খেল খেলিব৷ ইয়াৰে ২১-২৫ ফেব্ৰুৱাৰীত ৱালিংটনত আৰু ২৯ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ ক্ৰাইষ্টচাৰ্চত টেষ্ট মেচ অনুষ্ঠিত হ’ব৷

নিউজীলেণ্ডত খেলা অভিজ্ঞতাৰ ওপৰত আজিংক ৰেহেনাই কয়, তাত বতাহ তীব্ৰ বেগত বলে৷ তাৰ বিৰুদ্ধে খেলাটো ডাঙৰ প্ৰত্যাহ্বান৷ বতাহৰ বাবেই বল দুয়ো দিশত যায়৷ তাৰ বাবে আমি সাজু হ’ব লাগিব৷ পৰিবেশৰ লগত খাপ খুৱাই ল’ব পৰটো আমাৰ বাবে প্ৰত্যাহ্বান৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT