ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Journalist joins ULFA I আলফাত যোগদান নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 6, 2023
Reading Time: 1 min read
A A
0
Assam Journalist joins ULFA I আলফাত যোগদান নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

এইবাৰ আলফা স্বাধীনত যোগদান ৰাজ্যৰ এখন আগশাৰীৰ কাকতৰ সংবাদিকৰ। নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্ত (Bidyut Mahanta, a journalist from Naharkatia)ই আলফা স্বাধীনত যোগদান (Join ULFA) কৰাৰ খবৰ পোহৰলৈ আহিছে। নাহৰকটীয়াৰ সংবাদদাতা বিদ্যুৎ মহন্তই আলফা স্বাধীনত যোগদান কৰাৰ কথা বুধবাৰে নিজে সামাজিক মাধ্যমযোগে জনাইছে। উল্লেখ্য যে এটি সন্তানৰ পিতৃ বিদ্যুৎ মহন্তৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ পোৱাৰ পিছতে সাংবাদিক সমাজৰ লগতে ৰাজ্যৰ সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পোষ্টটোত তেওঁ লিখিছে, “… ঔপনিৱেশিক ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোৱে আমাৰ স্ব-ভূমিত থলগিৰী জনগণক বন্য জীৱ-জন্তুৰ দৰে আচৰণ কৰাৰ উপৰি অসমৰ সকলো সম্পদ ভাৰতীয় পুঁজিপতি সকলে লুণ্ঠনৰাজ অব্যাহত ৰখাৰ পাছতো অসম দেশৰেই এজন থলগিৰী হিচাপে ভাৰতীয় চিন্তাৰ প্ৰবক্তা হ’বলৈ মোৰ বিবেকে কেতিয়াও অনুমতি নিদিয়ে। তথাকথিত সংবিধান নামৰ কিতাপখনৰ গণ্ডীত থাকি আমাৰ জাতি, আমাৰ দেশ (অসম)ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে। আইন আদালত ব্যৱস্থাও ভেকোভাওনাৰ বাহিৰে একো নহয়।…”

আলফা
আলফাত যোগদান নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তৰ:

তেওঁ লগতে লিখিছে, “… ঔপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰৰ ন্যায়-বিচাৰত গণতান্ত্ৰিক প্ৰতিবাদ মূল্যহীন? সেয়েহে, তথা-কথিত ভাৰতীয় গণতন্ত্ৰৰ বিপৰীতে সশস্ত্ৰ প্ৰতিবাদ অপৰিহাৰ্য্য৷ আমাৰ এই প্ৰতিবাদী যাত্ৰাক ভুল বুলি অভিহিত কৰাৰ আগত ওপৰত উল্লিখিত প্ৰশ্নকেইটা নিজক এবাৰ কৰিব বুলি আশা ৰাখিলোঁ…।”

আনহাতে, পিতৃ-মাতৃক উদ্দেশ্যে তেওঁ লিখিছে, “মা-দেউতা মোক তোমালোকে ভুল নুবুজিবা। এই সময়ত তোমালোকক এনেদৰে এৰি অহাৰ বাবে হয়তো আন বহুতৰ দৰে তোমালোকেও পুত্ৰ দায়িত্বৰ পৰা পলায়ন কৰা বুলি ভাবিব পাৰা। প্ৰকৃততে তেনে নহয়। আমাৰ হাতত সময় তেনেই তাকৰ। বোধকৰোঁ তোমালোকে কথাবোৰ বুজিবা। দেশৰ স্বাধীনতাৰ সংগ্ৰামত জপিয়াই পৰিবলৈ গুচি আহিলোঁ মই৷ স্বদেশ-স্বজাতিৰ মুকুতিৰ বাবে নিজ সন্তানক উচ্ছৰ্গা কৰিব পৰাটো গৌৰৱ আৰু সৌভাগ্যৰ কথা৷ এই সৌভাগ্য সকলো পিতৃ-মাতৃয়ে লাভ নকৰে৷ তোমালোকে কৰিছা সেয়েহে, আজি নহ’লেও কাইলৈ তোমালোক গৌৰৱাম্বিত হ’বা৷”

পত্নীক উদ্দেশ্য কৰি পোষ্টটোত লিখিছে, ” ‘হিয়া’, আজিৰ পৰা মা-দেউতা আৰু আৰোহণৰ দায়িত্ব তোমাৰ ওপৰত এৰিলোঁ। সি ফুটবল খেলি ভাল পাই, তাক নিয়মিতভাৱে ফুটবল প্ৰশিক্ষণলৈ নিবলৈ চেষ্টা কৰিবা। মই জানো তুমি সহজ ভাৱে ল’ব নোৱাৰিবা। কিন্তু মোৰ বিশ্বাস আছে তুমি পাৰিবা, তুমি সাহসী মই জানো, গতিকে পাৰিবা। মোক লৈ বেজাৰ কৰি নাথাকিবা, জীৱনটোত আগুৱাই যাবা। যদি পাৰা মোক ক্ষমা কৰি দিবা…।”

উল্লেখ্য যে বাইকেৰে তেওঁ অৰুণাচললৈ যাব বুলি পৰিয়ালৰ আগত কৈ তেওঁ ওলাই গৈছিল । ইয়াৰ পাছতে বুধবাৰে দুপৰীয়া তেওঁ সামাজিক মাধ্যম ফেচবুকত পোষ্ট দি আলফাত যোগদান কৰাৰ কথা উল্লেখ কৰে । এই কথা জানিব পাৰি এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

সাংবাদিক বিদ্যুৎ মহন্তৰ

এটা কবিতাৰ জৰিয়তে তেওঁৰ আবেগ প্ৰকাশ কৰিছে এনেদৰে :

সপোনবোৰ পাহৰি দিঠকত ডুব যাম
জাতি প্ৰেমৰ ছাইৰঙী পকনীয়াত;

ৰহস্যময় হৃদয়েৰে বিলীন হ’ম এদিন
হাজাৰজনৰ ভাৱনাৰ চাকনৈয়াত।

নহওঁ মই কোনো মৰিছিকা খেদা
বিপ্লৱী,
এয়াতো নহয় কোনো অলীক কল্পনা,

আজুৰি আনিম এদিন আমাৰ হেৰুৱা স্বাধীনতা,
আৰু … সেইদিনা স্বাধীন বতাহজাকত উৰিব
উদিত সূৰুযৰ ৰক্তিম পতাকা।

মোৰ কবিতাৰ ৰক্তিম আভাসত
লিখি যাম দস্তাবেজ বুৰঞ্জীৰ পাতত। স্বাধীন অসমৰ ভূমিতহে শেষ হ’ব মোৰ অন্তিম পৃষ্ঠা।

ধূপ-ধূণাৰ কাষতে পৰি ৰ’ম চোতালত,
আৰু…চন্দনৰ সুবাসত গৌৰৱেৰে বিলীন হ’ম পঞ্চভূতত।

সোঁৱৰণিত ৰৈ যাব মাথোঁ
কঠিন বাস্তৱৰ ঠিকনা।।

Tags: JournalistJoinsULFAসাংবাদিকআলফাতযোগদান
Share4Tweet3Send

Related Posts

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
ADVERTISEMENT
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx