ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vladimir Putin I ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৃদৰোগত আক্ৰান্ত! টেলিগ্ৰামৰ দাবীক লৈ চাঞ্চল্য

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 24, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Junior Mehmood died I প্ৰবীণ কৌতুক অভিনেতা ‘জুনিয়ৰ মেহমুদ’ৰ মৃত্যু

Uttarkashi tunnel accident I ১৭ দিনৰ উদ্বিগ্নতাৰ অন্ত, অৱশেষত সুকলমে উদ্ধাৰ ৪১ শ্ৰমিক

Exploring the Constitutional Powers of Governors in Punjab, Tamil Nadu and Kerala: An Analysis of the Supreme Court’s Soul-Searching

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন (Vladimir Putin) হৃদৰোগত আক্ৰান্ত হৈছে। টেলিগ্ৰামৰ এটা চেনেলত এই কথা দাবী কৰা হৈছে। ফলত এই সম্পৰ্কে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আৰম্ভ হৈছে তীব্ৰ চর্চা। ব্ৰিটিছ সংবাদ মাধ্যম মিৰ’ৰে প্ৰকাশ কৰিছে এই খবৰ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি
ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৃদৰোগত আক্ৰান্ত:

টেলিগ্ৰাম চেনেলটোৰ নাম General SVR। পোষ্টটোৰ মতে, দেওবাৰে সন্ধিয়া পুটিন নিজৰ চৰকাৰী বাসগৃহৰ শোৱা কোঠাত অসুস্থ হৈ পৰে। পৰি যোৱাৰ শব্দ শুনি নিৰাপত্তাৰক্ষীয়ে লৰালৰিকৈ সোমাই পুটিনক উদ্ধাৰ কৰে। কোঠাটোলৈ গৈ দেখে বিছনাৰ কাষতে থকা টেবুলখনত তেওঁ বাগৰি পৰি আছে। বৰ্তমান চিকিৎসকে পুটিনক সুস্থ কৰি তুলিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন চৰ্চা সদায় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থাকে। পুটিনৰ জীৱন গোপনীয়তাৰে আবৃত। ক্ৰেমলিনে তেওঁৰ স্বাস্থ্যৰ কোনো তথ্য প্ৰকাশ নকৰে। গতিকে পুটিনৰ প্ৰকৃততে হাৰ্ট এটেক হৈছিলনে নাই সেয়া নিশ্চিত নহয়। ৰাছিয়া চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

কিন্তু পুটিনৰ হাৰ্ট এটেকৰ খবৰ প্ৰকাশ পোৱা টেলিগ্ৰাম চেনেলটোত প্ৰায়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সম্পৰ্কে বিভিন্ন তথ্য প্ৰদান কৰা হয়। অৱশ্যে তেওঁলোকৰ হাতত কোনো প্ৰামাণিক নথিপত্ৰ নাই। চেনেলটোৱে দাবী কৰিছে যে পুটিনৰ ঘনিষ্ঠ মহলত তেওঁলোকৰ মানুহ আছে। তাৰ পৰাই এই তথ্য পোৱা যায়।

চেনেলটোৱে ইয়াকো দাবী কৰিছে যে পুটিন দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টিগোচৰ নহʼবৰ বাবে ৰাছিয়াৰ চৰকাৰী সকলো কাম-কাজতে পুটিনৰ সলনি তেওঁৰ ‘বডি ডাবল’ (পুটিনৰ দৰে সাজ-পোছাক পিন্ধা আন কোনোবা) ব্যৱহাৰ কৰা হয়। এই তথ্যৰ সত্যতাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কাৰণ ৰাছিয়াই আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: টেলিগ্ৰামৰ দাবীক লৈ চাঞ্চল্যৰাছিয়াৰ ৰাষ্ট্ৰপতি হৃদৰোগত আক্ৰান্ত!
Share4Tweet3Send

Related Posts

Junior Mehmood died I প্ৰবীণ কৌতুক অভিনেতা ‘জুনিয়ৰ মেহমুদ’ৰ মৃত্যু
National-International

Junior Mehmood died I প্ৰবীণ কৌতুক অভিনেতা ‘জুনিয়ৰ মেহমুদ’ৰ মৃত্যু

by Staff Reporter
December 8, 2023
50
Uttarkashi tunnel accident I ১৭ দিনৰ উদ্বিগ্নতাৰ অন্ত, অৱশেষত সুকলমে উদ্ধাৰ ৪১ শ্ৰমিক
ALL NEWS

Uttarkashi tunnel accident I ১৭ দিনৰ উদ্বিগ্নতাৰ অন্ত, অৱশেষত সুকলমে উদ্ধাৰ ৪১ শ্ৰমিক

by ASSAM TIMES POST
November 29, 2023
57
Exploring the Constitutional Powers of Governors in Punjab, Tamil Nadu and Kerala: An Analysis of the Supreme Court’s Soul-Searching
ALL NEWS

Exploring the Constitutional Powers of Governors in Punjab, Tamil Nadu and Kerala: An Analysis of the Supreme Court’s Soul-Searching

by ASSAM TIMES POST
November 7, 2023
51
Drug Bust in Karbi Anglong : Barpathar police Seize drugs worth Rs 4 crore.
ALL NEWS

Drug Bust in Karbi Anglong : Barpathar police Seize drugs worth Rs 4 crore.

by ASSAM TIMES POST
October 12, 2023
69
“Tragic Explosion at Firecracker Factory in Tamil Nadu: Nine Lives Lost and Eight Saved in Emergency Response”
ALL NEWS

“Tragic Explosion at Firecracker Factory in Tamil Nadu: Nine Lives Lost and Eight Saved in Emergency Response”

by ASSAM TIMES POST
October 9, 2023
51
ডকমোকাত কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয়ৰ শুভ উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুসিৰাম ৰমহাঙে
KARBI ANGLONG

ডকমোকাত কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয়ৰ শুভ উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুসিৰাম ৰমহাঙে

by Staff Reporter
October 8, 2023
63
ADVERTISEMENT
Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে
National-International

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
50
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু
National-International

Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

December 8, 2023
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023

Categories

ALL NEWS (17271) Assam (12827) BREAKING NEWS (6434) Business (29) Economy (72) Editorial (11) EDUCATION AND TECHNOLOGY (81) Entertainment (745) Entertrainment (403) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1913) Health & Fitness (616) Jobs & Career (6) KARBI ANGLONG (2819) Lifestyle (23) literature (16) National-International (6702) NORTHEAST (634) Novels (3) Photo (4) Poems (9) Political (111) Recipes (6) Sports News (449) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d