ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

SBI savings plus : পুৰণি চেভিংছ একাউণ্টৰ সলনি এছবিআয়ে আনিছে চেভিংছ প্লাছ, কি কি সুবিধা পাব

নিউজ ডেস্কঃ

News Desk by News Desk
October 18, 2023
Reading Time: 1 min read
A A
0
SBI savings plus : পুৰণি চেভিংছ একাউণ্টৰ সলনি এছবিআয়ে আনিছে চেভিংছ প্লাছ, কি কি সুবিধা পাব

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
বেছিভাগ ভাৰতীয়ই বেংকত নিজৰ ধন জমা কৰিবলৈ বাছি লয় চেভিংছ একাউণ্ট। সাধাৰণ মানুহে তেওঁলোকৰ সঞ্চয় বেংকৰ চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট বা ফিক্সড ডিপোজিটতো জমা কৰে। বেংকিঙৰ প্ৰথম পদক্ষেপ হিচাপে চেভিংছ একাউণ্ট বাছি লোৱা হয়।

RELATED POSTS

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

বেংকে কাৰেণ্ট একাউণ্টতকৈ চেভিংছ একাউণ্টত অধিক সুত দিয়ে। কিন্তু চেভিংছ একাউণ্টৰ সুতৰ হাৰ ফিক্সড ডিপোজিটৰ তুলনাত বহু কম। কিন্তু আপুনি জানেনে যে বৰ্তমান আপুনি চেভিংছ একাউণ্টত ফিক্সড ডিপোজিটৰ সমান বা তাতকৈ অধিক সুত আদায় কৰিব পাৰে?
ভাৰতীয় ষ্টেট বেংকে (State Bank of India) তেওঁলোকৰ গ্ৰাহকৰ বাবে এটা আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। গ্ৰাহকে এছবিআই চেভিংছ প্লাছ একাউণ্ট (Savings Plus Account) খুলি অতিৰিক্ত সুত লাভ কৰিব পাৰিব। এই একাউণ্টটো একাধিক জমা বিকল্পৰ সৈতে সংযুক্ত। এই একাউণ্টত এটা সীমা নিৰ্ধাৰণ কৰা হৈছে।

এছবিআইৰ এই বিশেষ একাউণ্টত ‘অটো ছুইট’ৰ সুবিধা উপলব্ধ আছে। অটো ছুইট সুবিধাৰ জৰিয়তে নিৰ্ধাৰিত ধন চেট কৰাৰ পিছত চেভিংছ একাউণ্টৰ ধনৰাশি ফিক্সড ডিপোজিটলৈ ৰূপান্তৰিত হʼব। ফিক্সড ডিপোজিটলৈ ৰূপান্তৰিত কৰা ধনৰ ওপৰত এফ ডি সুত আদায় কৰা হʼব। বাকী থকা ধনৰ ওপৰত চেভিংছ একাউণ্টৰ সুত আদায় কৰা হʼব।

sbi 3 | ASSAM TIMES POST

SBI Savings Plus একাউণ্টৰ বৈশিষ্ট্যসমূহ:

• ১-৫ বছৰলৈকে জমা ধনৰ সময়সীমা উপলব্ধ হ’ব

• এটিএম কাৰ্ড উপলব্ধ হ’ব

• মোবাইল বেংকিঙৰ সুবিধা লাভ কৰিব পাৰিব

• ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিব পাৰিব

• এছএমএছ লাভ কৰিব

• MOD-ৰ বিপৰীতে ঋণ লʼব পাৰিব

• প্ৰতি বছৰে ২৫ পৃষ্ঠাৰ এখন চেকবুক বিনামূলীয়াকৈ উপলব্ধ হ’ব

ছেভিংছ প্লাছ একাউণ্টৰ ধনৰাশিৰ নূন্যতম সীমা ৩৫,০০০ টকা, তাৰ ওপৰত আপোনাৰ বেলেঞ্চ ফিক্সড ডিপোজিটলৈ ৰূপান্তৰিত হʼব। বৰ্তমান ষ্টেট বেংকে সাধাৰণ সঞ্চয় একাউণ্টত ২.৭০ শতাংশ সুত প্ৰদান কৰে। কিন্তু অটো ছুইট পদ্ধতিৰ জৰিয়তে অতিৰিক্ত সুত সংগ্ৰহ কৰিব পাৰিব।

Tags: SBISavingsPlusA/cচেভিংছপ্লাছএকাউণ্ট
Share4Tweet3Send

Related Posts

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
ADVERTISEMENT
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
50
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
National-International

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

July 21, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

July 21, 2026
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx