ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

ইপিএফৰ সুতৰ হাৰ বৃদ্ধিত সন্মতি কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 24, 2023
Reading Time: 1 min read
A A
0
ইপিএফৰ সুতৰ হাৰ বৃদ্ধিত সন্মতি কেন্দ্ৰৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Nifty set records I ২০০০০ৰ সীমা অতিক্ৰম কৰি নিফটিৰ ৰেকৰ্ড

GDP Growth in India I বিত্তীয় বিকাশৰ গতিত চীনক চেৰ পেলালে ভাৰতে

৩০ ছেপ্টেম্বৰৰ পিছতো ২০০০ টকীয়া নোট অবৈধ নহয়! ৰিজাৰ্ভ বেংকৰ ঘোষণা

কৰ্মচাৰী ভৱিষ্যনিধি বা প্ৰভিডেণ্ট ফাণ্ডৰ (Employees Provident Fund or Provident Fund) সুতৰ হাৰ বৃদ্ধি (Interest rate hike) পালে। ২০২২-২৩ বিত্তীয় বৰ্ষত পূৰ্বৰ বৰ্ষৰ তুলনাত অতিৰিক্ত ০.০৫ শতাংশ সুত প্ৰদান কৰা হʼব। কৰ্মচাৰী ভৱিষ্যনিধিৰ (ইপিএফ) সদস্যসকলে তেওঁলোকৰ জমা ধনৰ ওপৰত এই সুত লাভ কৰিব। চলিত বিত্তীয় বৰ্ষৰ পূৰ্বে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনে (ই পি এফ অʼ) এই কথা ঘোষণা কৰিছিল। সোমবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে যোৱা মাৰ্চ মাহৰ ঘোষণাত সন্মতি প্ৰকাশ কৰে। ফলত যোৱা বছৰৰ তুলনাত অধিক হাৰত প্ৰায় ৬ কোটি চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীয়ে সুত লাভ কৰিব।

PPf1 | ASSAM TIMES POST

কেন্দ্ৰই জনাইছে যে ২০২২-২৩ চনত ইপিএফত ৮.১৫ শতাংশ সুতৰ হাৰ দিয়া হʼব। যিটো পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ কিছু বেছি। পূৰ্বে সুতৰ হাৰ ৮.৫ শতাংশ আছিল যদিও ২০২১-২২ বিত্তীয় বৰ্ষত ইয়াক ৮.১ শতাংশলৈ হ্ৰাস কৰা হৈছিল। ইয়াক ০.০৫ শতাংশ বৃদ্ধি কৰা হৈছে। ফলত বৃদ্ধি পোৱাৰ পিছতো বিগত বিত্তীয় বৰ্ষৰ ঘাটি সমাধান নহʼল।

২০২১-২২ বিত্তীয় বৰ্ষত ন্যায্য ৮.১ শতাংশ সুতৰ হাৰ ১৯৭৭-৭৮ চনৰ পিছত সৰ্বনিম্ন আছিল। এই লৈ ক্ষোভৰ সৃষ্টি হয়। এইটো সঁচা যে এইবাৰ সুতৰ হাৰ বৃদ্ধি কৰা হৈছে, কিন্তু বহুতে অনুভৱ কৰে যে ই আশা পূৰণ কৰিব নোৱাৰিলে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: EPF-PTINTERESTইপিএফ-পিএফসুত
Share5Tweet3Send

Related Posts

Nifty set records I ২০০০০ৰ সীমা অতিক্ৰম কৰি নিফটিৰ ৰেকৰ্ড
Economy

Nifty set records I ২০০০০ৰ সীমা অতিক্ৰম কৰি নিফটিৰ ৰেকৰ্ড

by News Desk
September 11, 2023
55
GDP Growth in India I বিত্তীয় বিকাশৰ গতিত চীনক চেৰ পেলালে ভাৰতে
Economy

GDP Growth in India I বিত্তীয় বিকাশৰ গতিত চীনক চেৰ পেলালে ভাৰতে

by News Desk
August 3, 2023
65
৩০ ছেপ্টেম্বৰৰ পিছতো ২০০০ টকীয়া নোট অবৈধ নহয়! ৰিজাৰ্ভ বেংকৰ ঘোষণা
Economy

৩০ ছেপ্টেম্বৰৰ পিছতো ২০০০ টকীয়া নোট অবৈধ নহয়! ৰিজাৰ্ভ বেংকৰ ঘোষণা

by News Desk
May 22, 2023
57
2000 Note I এইবাৰ ২০০০ টকীয়া নোট বাতিল কৰিব মোদী চৰকাৰে! ৰিজাৰ্ভ বেংকৰ জাননী
Economy

2000 Note I এইবাৰ ২০০০ টকীয়া নোট বাতিল কৰিব মোদী চৰকাৰে! ৰিজাৰ্ভ বেংকৰ জাননী

by News Desk
May 19, 2023
73
Economic growth I আঘাত পৰিব পাৰে ভাৰতীয় অর্থনীতত! বিশ্ব বেংকে বৃদ্ধিৰ পূর্বাভাস কমালে ৬.৩ শতাংশলৈ
Economy

Economic growth I আঘাত পৰিব পাৰে ভাৰতীয় অর্থনীতত! বিশ্ব বেংকে বৃদ্ধিৰ পূর্বাভাস কমালে ৬.৩ শতাংশলৈ

by News Desk
April 4, 2023
57
Mahila Samman Saving Certificate I ১ লাখ ডাকঘৰত আৰম্ভ ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ প্ৰকল্প! কোনে জমা কৰিব পাৰিব?
Economy

Mahila Samman Saving Certificate I ১ লাখ ডাকঘৰত আৰম্ভ ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ প্ৰকল্প! কোনে জমা কৰিব পাৰিব?

by News Desk
April 4, 2023
70
ADVERTISEMENT
Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি
National-International

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
57
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০
National-International

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
55
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি
Assam

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023
56
Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য
National-International

Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য

September 29, 2023
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023

Categories

ALL NEWS (17263) Assam (12731) BREAKING NEWS (6433) Business (29) Economy (70) Editorial (11) EDUCATION AND TECHNOLOGY (79) Entertainment (743) Entertrainment (393) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1897) Health & Fitness (614) Jobs & Career (6) KARBI ANGLONG (2727) Lifestyle (23) literature (16) National-International (6266) NORTHEAST (607) Novels (3) Photo (4) Poems (9) Political (110) Recipes (6) Sports News (404) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: