ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Allahabad High Court I মুছলমানৰ বাবে অবিবাহিত সহবাস ‘হাৰাম’, আদালতৰ পৰ্যবেক্ষণ

নিউজ ডেস্কঃ

News Desk by News Desk
June 26, 2023
Reading Time: 1 min read
A A
0
Allahabad High Court I মুছলমানৰ বাবে অবিবাহিত সহবাস ‘হাৰাম’, আদালতৰ পৰ্যবেক্ষণ

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

দুটা ভিন্নধৰ্মী যুগলে একেলগে বাস কৰিছিল। কিন্তু পাৰিবাৰিক আৰু সামাজিক বাধা আহে। আনকি যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে। দুয়োজনে সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপে। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) এই গোচৰত হস্তক্ষেপ কৰিব বিচৰা নাছিল। আদালতৰ পৰ্যবেক্ষণ, উচ্চতম ন্যায়ালয়ে লিভ-ইন সম্পৰ্কক উৎসাহিত নকৰে।

Allahabad High Court
মুছলমানৰ বাবে অবিবাহিত সহবাস ‘হাৰাম:

যুৱক মুছলমান, যুৱতীগৰাকী হিন্দু। আদালতত দাবী কৰে যে তেওঁলোকে দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্তত একেলগে থাকিবলৈ সিদ্ধান্ত (Live in together) লৈছিল। কিন্তু তেওঁলোকৰ ধৰ্ম বেলেগ হোৱাৰ বাবে বহু বাধাৰ সৃষ্টি (Creating obstacles for religion different) হয়। আদালতৰ পৰা যিকোনো আদেশ আৰু সুৰক্ষাৰ বাবে আবেদন কৰে তেওঁলোকে। এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সংগীতা চন্দ্ৰ আৰু ন্যায়াধীশ নৰেন্দ্ৰ কুমাৰ জোহৰীৰ সংমণ্ডল বিচাৰপীঠে।

আদালতে পৰ্যবেক্ষণ কৰে যে দেশৰ আইন সদায় বিবাহৰ অনুকূল। উচ্চতম ন্যায়ালয়েও লিভ-ইন সম্পৰ্কক উৎসাহিত নকৰে। লগতে লিভ-ইন সম্পৰ্কক ‘নিৰাপদ’ ৰখাৰ কোনো নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ পৰাও দিয়া হোৱা নাছিল। গতিকে সংশ্লিষ্ট গোচৰটোত আদালতৰ কোনো সম্পৰ্ক নাই।

উচ্চ ন্যায়ালয়ে জানিব পাৰিছে যে দম্পতীহালৰ মাজৰ সম্পৰ্কত ছোৱালীজনীৰ পৰিয়াল ৰাজী নহয়। ছোৱালীৰ মাতৃয়ে যুৱকজনৰ বিৰুদ্ধে থানাত এফআইআৰ দাখিল কৰে। আনহাতে, দম্পতীহালে দুয়োজনেই প্ৰাপ্তবয়স্ক বুলি দাবী কৰে। এজনৰ বয়স ৩০ বছৰ আৰু আনজনৰ বয়স ২৯ বছৰ। একেলগে থকাৰ সিদ্ধান্ত তেওঁলোকৰ নিজৰ। কিন্তু তথাপিও আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি কৰি আছে।

দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনি আদালতে মন্তব্য কৰে যে বিবাদীসকলে তেওঁলোক বিবাহিত বুলি দাবী কৰা নাই। বৈবাহিক সম্পৰ্ক ৰক্ষাৰ বাবে তেওঁলোকে আবেদন কৰা নাছিল। তেওঁলোকে দাবী কৰিছে যে প্ৰাপ্তবয়স্ক হিচাপে তেওঁলোকৰ নিজৰ পছন্দৰ মানুহৰ লগত থকাৰ অধিকাৰ আছে। কিন্তু এই সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতৰ কোনো নিৰ্দিষ্ট নিৰ্দেশ নাই। ইয়াৰ পিছত আদালতে মন্তব্য কৰে, “তদুপৰি মুছলমান ধৰ্মত বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক, চুম্বন, শাৰীৰিক স্পৰ্শ নিষিদ্ধ। বিয়াৰ আগতে এই কাম কৰাটো ইছলামত ‘হাৰাম’ (নিষিদ্ধ)। কোৰআনত এই কথা উল্লেখ আছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AllahabadHighCourtLiveintogetherএলাহাবাদউচ্চন্যায়ালয়লিভ-ইনসম্পৰ্ক
Share5Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d