ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kashmir Accident I কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত গাড়ী বাগৰি নিহত ৬

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 24, 2023
Reading Time: 1 min read
A A
0
Kashmir Accident I কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত গাড়ী বাগৰি নিহত ৬

RELATED POSTS

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

কাশ্মীৰত (Kashmir) আন এক পথ দুৰ্ঘটনা (Accident)। এইবাৰ কিস্তৱাৰৰ (Kishtwar) দ খাৱৈত বাগৰি পৰে এখন গাড়ী। এই ঘটনাত কমেও ৬ জন লোকৰ মৃত্যু হয়। আন চাৰিজন আহত হয়। উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কিস্তৱাৰৰ ডাংডুৰু মথাউৰি এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

Kashmir Accident
কাশ্মীৰত দ খাৱৈত গাড়ী বাগৰি নিহত ৬:

গাড়ীখনত ডাংডুৰু বিদ্যুৎ কেন্দ্ৰৰ ১০ জন কৰ্মচাৰী আছিল। গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই মথাউৰি প্ৰকল্প এলেকাৰ সমীপৰ দ খাৱৈত পৰি যায়।দুৰ্ঘটনাটোৰ সত্যতা স্বীকাৰ কৰাৰ পিছত কিস্তৱাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে এখন যাত্ৰীভৰ্তি বাহন খাৱৈত পৰি যায়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ কাম চলি আছে।

এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে। আহত চাৰিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। একাংশ লোকৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাটোৰ খবৰ পাই কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কিস্তৱাৰ আৰক্ষীৰ উপায়ুক্ত দেবংশ যাদৱক ফোন কৰে। তেওঁ কেন্দ্রৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ প্রতিশ্রুতি দিয়ে৷

ক্ৰমান্বয়ে দুৰ্ঘটনা প্ৰৱণ হৈ পৰিছে কিস্তৱাৰ অঞ্চল। যোৱা এপ্ৰিল মাহত এখন সেনাৰ এম্বুলেন্স নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। দুজন জোৱানৰ মৃত্যু হোৱাৰ লগতে আহত হয় তিনিজন জোৱান। স্থানীয় ৰাইজে দাবী কৰিছে যে পথটো প্ৰশস্ত হোৱাৰ বাবে চালকৰ এটা অংশৰ মাজত অসাৱধানতাৰ গতি বৃদ্ধি পাইছে। ফলত পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kashmir
Share4Tweet3Send

Related Posts

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
ADVERTISEMENT
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d