ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rape I অপহৰণ কৰি শাৰীৰিক নিৰ্যাতন! আহমেদাবাদৰ কিশোৰীক ৮ বছৰত ১৫ জনক বিক্ৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 23, 2023
Reading Time: 1 min read
A A
0
Allegations of rape I যৌনাংগত জলকীয়াৰ গুড়ি! নাৰকীয় শাৰীৰিক নিৰ্যাতন চলোৱা প্ৰেমিকক গ্ৰেপ্তাৰ চুৰাটত

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

বয়স মাথোঁ ১৩ বছৰ। যিটো বয়সত বেছিভাগ ছোৱালীয়ে স্কুলত পঢ়ে, সেই বয়সত তেওঁ একাধিকবাৰ ধৰ্ষণৰ (Rape) বলি হয়। যৌন নিৰ্যাতনৰ (Sexual Assault) উপৰি যোৱা ৮ বছৰত কমেও ১৫ জন লোকক বিক্ৰী কৰা হৈছিল তেওঁক। তাৰ ভিতৰত দুজনৰ লগত বিয়াত বহিবলৈ বাধ্য কৰাইছিল অপহৰণকাৰীয়ে। সোমবাৰে সংবাদ মাধ্যমত এই কথা দাবী কৰে গুজৰাট আৰক্ষীয়ে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, আৰক্ষীয়ে অপহৃত ছোৱালীজনীৰ সন্ধানত আন্তঃৰাজ্যিক শিশু সৰবৰাহৰ চক্ৰৰ অৱস্থান বিচাৰি উলিয়াইছে। উক্ত চক্ৰটোৰ হাতত পৰে ১৩ বছৰীয়া কিশোৰীগৰাকী।

Sexual Harrasment
আহমেদাবাদৰ কিশোৰীক ৮ বছৰত ১৫ জনক বিক্ৰী:

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১১ মেʼত স্থানীয় এগৰাকী ছোৱালী নিৰুদ্দেশ হোৱাৰ অভিযোগ লাভ কৰি আহমেদাবাদ আৰক্ষীয়ে (Ahmedabad Police) (গ্ৰাম্য) তদন্ত আৰম্ভ কৰিছিল। তদন্তকাৰীৰ মতে, ১৩ মেʼত কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছিল যদিও শিশু সৰবৰাহৰ চক্ৰটোৰ মূল নেতা গুজৰাটৰ বাসিন্দা অশোক পেটেল আৰু তেওঁৰ সহযোগীসকল পোহৰলৈ আহে। দলটোত আছে অশোকৰ পত্নী ৰেণুকা, দম্পতীহালৰ ১৬ বছৰীয়া পুত্ৰ আৰু ৰূপল মেকৱান নামৰ এগৰাকী যুৱতী। গুজৰাটৰ উপৰি এই চক্ৰটোৱে ৰাজস্থান আৰু মহাৰাষ্ট্ৰতো জাল বিয়পাইছিল।

অশোকৰ উপৰি তেওঁৰ পৰিয়ালৰ সদস্য, ৩জন অভিযুক্ত ক্ৰমে মোতী সেনমা, অমৰজী ঠাকুৰ আৰু চেহৰ সিং ছোলংকীক গ্ৰেপ্তাৰ কৰা হৈছে।আহমেদাবাদ গ্ৰাম্য আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে যে অশোক আৰু তেওঁৰ সহযোগীয়ে বহু নাবালিকাক অপহৰণ কৰি বিক্ৰী কৰিছিল। ইয়াৰে কমেও ৭ গৰাকী ছোৱালী সন্ধানহীন।

এজন আৰক্ষী বিষয়াই কয়, “এগৰাকী ১৩ বছৰীয়া কিশোৰীও শিশু সৰবৰাহৰ কবলত পৰিছে। সৰুতে তেওঁক অপহৰণ কৰিছিল এই চক্ৰৰ মূল ব্যক্তি অশোকে। ইয়াৰ পিছত তেওঁক বাৰে বাৰে ধৰ্ষণ কৰিছিল। ২০১৫ চনৰ পৰা ১৫ জন লোকক বিক্ৰী কৰা হৈছে। তেওঁলোকৰ বয়স ৩০ৰ পৰা ৪৫ বছৰৰ ভিতৰত। 1600x960 244361 rape 1571855 | ASSAM TIMES POSTঅশোক আৰু তেওঁৰ সহযোগীসকলে সেই বিক্ৰেতাসকলৰ ভিতৰত কমেও দুজনৰ সৈতে ছোৱালীজনীক জোৰকৈ বিয়া পাতি দিছিল। ছোৱালীজনীৰ জৰিয়তে আন ছোৱালীকো অপহৰণ কৰিছিল।”গুজৰাটৰ বাহিৰেও অশোক ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ সৰবৰাহৰ চক্ৰৰ সৈতেও জড়িত বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।

Tags: Rape
Share4Tweet3Send

Related Posts

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

by News Desk
August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

by News Desk
August 4, 2026
50
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

by News Desk
August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

by News Desk
August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

by News Desk
August 4, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

by News Desk
August 3, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT