ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

৩০ ছেপ্টেম্বৰৰ পিছতো ২০০০ টকীয়া নোট অবৈধ নহয়! ৰিজাৰ্ভ বেংকৰ ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
May 22, 2023
Reading Time: 1 min read
A A
0
৩০ ছেপ্টেম্বৰৰ পিছতো ২০০০ টকীয়া নোট অবৈধ নহয়! ৰিজাৰ্ভ বেংকৰ ঘোষণা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

২০০০ টকীয়া নোট (2000 Note) বিনিময় কৰিবলৈ খৰখেদা কৰিব নালাগে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে জনসাধাৰণক আশ্বাস দি সোমবাৰে এই কথা জনায়। গোলাপী ৰঙৰ এই টকা সলনি (Change of money) কৰিবলৈ ‘পৰ্যাপ্ত’ সময় আছে বুলিও তেওঁ সোঁৱৰাই দিয়ে। আনকি তেওঁ কয় যে ৩০ ছেপ্টেম্বৰত নোট বিনিময়ৰ সময়সীমা শেষ হোৱাৰ পাছতো ২০০০ টকীয়া নোট অবৈধ নহʼব। কিন্তু নোট সলনি কৰাৰ বাবে কিয় নিৰ্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা হৈছে সেই কথাও তেওঁ বুজাই দিয়ে।

সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি আৰবিআইৰ গভৰ্ণৰ (Governor of RBI)গৰাকীয়ে কয়, “এই সময়ত বেংকত খৰখেদা কৰাৰ প্ৰয়োজন নাই। নোট বিনিময় কৰিবলৈ আপোনালোকৰ হাতত চাৰিমাহ আছে।” এই প্ৰসংগত তেওঁ জনায় যে ২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰৰ পিছতো ‘অবৈধ’ নহʼব।

note 1 | ASSAM TIMES POST

কিন্তু নোট বিনিময়ৰ বাবে ৩০ ছেপ্টেম্বৰৰ সময়সীমা কিয় নিৰ্ধাৰণ কৰা হʼল বুলি সোধাত তেওঁ যুক্তি আগবঢ়ায় যে এনে কৰা হৈছে যাতে মানুহে বিষয়টোক গুৰুত্বসহকাৰে লয়। গোলাপী নোট বিলুপ্তিৰ সন্দৰ্ভত দেশৰ শীৰ্ষ বেংকৰ সৰ্বোচ্চ বিষয়াগৰাকীয়ে প্ৰথমবাৰৰ বাবে এনে বক্তব্য প্ৰকাশ কৰিছে। ২০০০ টকীয়া নোট বজাৰৰ পৰা আঁতৰাই দিয়া হʼব বুলি চৰকাৰৰ এই ঘোষণাৰ পাছতে বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ স্মৃতি ঘূৰি আহিছে।

যোৱা দেওবাৰে ষ্টেট বেংকে জনাইছিল যে ২০০০ টকীয়া নোট জমা বা বিনিময় কৰিবলৈ কোনেও কোনো পৰিচয়-পত্ৰ দেখুৱাব নালাগে, কোনো নিৰ্দিষ্ট প্ৰ-পত্ৰও পূৰণ কৰিব নালাগে। কিন্তু ষ্টেট বেংকে কয় যে মুঠ দহখন ২০০০ টকীয়া নোট অৰ্থাৎ ২০ হাজাৰ টকা বেংকত জমা কৰিব পাৰিব বা একে সময়তে বিনিময় কৰিব পাৰিব।

Tags: 2000 noteRBIReserve Bank২০০০ টকীয়াৰিজাৰ্ভ বেংক
Share4Tweet3Send

Related Posts

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

by News Desk
June 27, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
ADVERTISEMENT
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT