ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

সীমান্ত সমস্যা, মল্ল যুঁজাৰুৰ ন্যায় প্ৰদানকে ধৰি বিভিন্ন দাবীত AIPAWA আৰু KNCAৰ ডিফুত ধৰ্ণা

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 15, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

আন্তঃৰাষ্ট্ৰীয় পদক প্ৰাপ্ত মহিলা মল্ল যুঁজাৰুসকলক যৌন আতিশায্য (Sexual assault on wrestlers) চলোৱাৰ অভিযোগত ৰেষ্টলিং ফেডাৰেছন অফ ইণ্ডিয়াৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ (BJP MP Brij Bhushan Charan Singh) বিৰুদ্ধে দিল্লীত ৰূপায়ণ হৈ থকা ধৰ্ণাৰ (Dharna being staged in Delhi) প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাকে ধৰি সীমা সমস্যা আৰু কাৰবি আংলঙত নাৰী কেলেংকাৰীত জড়িত হৈ পৰা এমএচি শ্ৰৱন কুমাৰ তেলেংগাৰ (MAC Shravan Kumar Telangana) বিৰুদ্ধে ডিফুত কাৰবি আংলঙৰ অগ্ৰণী মহিলা সংগঠন আইপোৱা আৰু কেএনচিএই প্ৰতিবাদী ধৰ্ণা (Aipawa and KNCA protest sit-in) কাৰ্যসূচী ৰুপায়ণ কাৰ্যসূচী ৰূপায়ণ কৰে৷

DIPHU R 1 | ASSAM TIMES POST

উক্ত প্ৰতিবাদী কাৰ্যসূচীত মহিলা সংগঠন দুটাৰ সৈতে কেএছএ, আইছা, আৰৱাইএ আৰু এছৱাইজেও সহযোগিতা আগবঢ়ায়৷ কেএনচিএৰ উপ-সভানেত্ৰী ৰেকা তেৰাঙপীৰ তত্বাৱধনাত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম-মেঘালয় সীমা সমস্যা শীঘ্ৰে সমাধান কৰক, যৌন আতিশায্যক বলি হোৱা মল্ল যুঁজাৰুক ন্যায় প্ৰদান কৰক, ৰেষ্টলিং ফেডাৰেছন অফ ইণ্ডিয়াৰ সভাপতি তথা সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙক বৰ্খাস্থ কৰক, নাৰী কেলেংকাৰীত জড়িত এমএচি শ্ৰৱণ তেলেংগাক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি পদৰ পৰা শীঘ্ৰে বৰ্খাস্থ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেএনচিএৰ সাধাৰণ সম্পাদিকা তথা আইপোৱাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী প্ৰতিমা ইংহিপীয়ে কয়যে, বিজেপি সাংসদ তথা ৰেষ্টলিং ফেডাৰেছন অফ ইণ্ডিয়াৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙে আন্তঃৰাষ্ট্ৰীয় পদক প্ৰাপ্ত মহিলা মল্ল যুঁজাৰুসকলক যৌন আতিশায্য চলোৱা কাৰ্যক আইপোৱা আৰু কেএনচিএই তীব্ৰ ভাষাত গৰিহণা দিয়ে৷

DIPHUP 2 | ASSAM TIMES POST

আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ দেওপানী পৰিষদীয় সমষ্টিৰ এমএচি শ্ৰৱণ তেলেংগাক নাৰী কেলেংকাৰীত জড়িত হোৱা কাৰ্যকো মহিলা সংগঠন দুটাই তীৰ্যক ভাষাত নিন্দা কৰে৷ যৌন আতিশায্যত জড়িত হৈ পৰা দুয়োগৰাকী নেতাক শীঘ্ৰে নিজ নিজ পদৰ পৰা বৰ্খাস্থ কৰি তেওঁলোকৰ স্থানত চৰিত্ৰৱান আৰু নিকা স্বভাৱৰ লোকক নিৰ্বাচিত কৰি পদসমূহ অৰ্পণ কৰিব লাগে বুলি দাবী জনায়৷

ইপিনে সীমান্তঞ্চলত সম্প্ৰতি সৃষ্টি হোৱা সমস্যা স্থায়ী সমাধানৰ স্বাৰ্থত শীঘ্ৰে ভাল পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় ৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেডাৰ দৰে সংগঠনৰ আহ্বায়ক থকাৰ পিছতো সীমা সমস্যা সমাধান নোহোৱা কাৰ্যটো পৰিতাপৰ বিষয় বুলি মন্তব্য কৰে ৷

Tags: AIPAWADharna in DiphuKNCAডিফুত ধৰ্ণা
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx