EDUCATION AND TECHNOLOGY

Education and Technology News in Assamese and English

অসমত আৰম্ভ হ’ল ৭০ লক্ষ শিক্ষাৰ্থীৰ আধাৰ নথিভুক্ত অভিযান:

অসমত আৰম্ভ হ’ল ৭০ লক্ষ শিক্ষাৰ্থীৰ আধাৰ নথিভুক্ত অভিযান:

ষ্টাফ ৰিপ'ৰ্টাৰ: অসমত সোমবাৰপৰা বিদ্যালয়ৰ শিক্ষার্থীসকলৰ আধাৰ নথিভুক্ত কৰাৰ অভিযান আৰম্ভ হ’ল। শিক্ষা বিভাগৰ উদ্যোগত এই কাৰ্য আৰম্ভ কৰা হৈছে।...

ঘৰত বহিও কাম কৰিব পাৰিব তথ্য-প্রযুক্তিৰ কৰ্মচাৰীয়ে : কেন্দ্ৰৰ নতুন নিৰ্দেশনা

ঘৰত বহিও কাম কৰিব পাৰিব তথ্য-প্রযুক্তিৰ কৰ্মচাৰীয়ে : কেন্দ্ৰৰ নতুন নিৰ্দেশনা

নিউজ ডেস্কঃ দেশৰ তথ্য-প্রযুক্তি কোম্পানী আৰু বিপিঅ’সমূহৰ কর্মচাৰীসকলে এতিয়াৰে পৰা ঘৰৰ পৰাই কাম কৰিব পাৰিব। ইমান দিনে নির্দিষ্ট স্থানৰ বাহিৰে...

কাইলৈৰ পৰা ৰাজ্যত খুলিব বিদ্যালয়-মহাবিদ্যালয়ঃ কিন্তু থাকিব কেতবোৰ নিয়ম

কাইলৈৰ পৰা ৰাজ্যত খুলিব বিদ্যালয়-মহাবিদ্যালয়ঃ কিন্তু থাকিব কেতবোৰ নিয়ম

ষ্টাফ ৰিপ'ৰ্টাৰ: বিগত ৮-৯ মাহৰ অন্তত অৱশেষত ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ'ব পাঠদান। বিদ্যালয়, মহাবিদ্যালয় সমূহ খোলা হ'ব যদিও থাকিব...

সাৱধান, পৃথিৱীৰ দিশে বেগাই আহিছে কুতুব মিনাৰতকৈও আঢ়ৈগুণ ডাঙৰ গ্রহাণু! সতৰ্কতা জাৰি

সাৱধান, পৃথিৱীৰ দিশে বেগাই আহিছে কুতুব মিনাৰতকৈও আঢ়ৈগুণ ডাঙৰ গ্রহাণু! সতৰ্কতা জাৰি

নিউজ ডেস্ক : এক বিশালাকাৰ গ্রহাণু (asteroid) পৃথিৱীৰ ফালে বেগাই আহিছে। এই গ্রহাণুৰ আয়তন দিল্লীৰ কুতুব মিনাৰতকৈও প্রায় আঢ়ৈ গুণ...

১ জুলাইৰ পৰা হ’বলগীয়া চিবিএছইৰ পৰীক্ষাসমূহ বাতিল

১ জুলাইৰ পৰা হ’বলগীয়া চিবিএছইৰ পৰীক্ষাসমূহ বাতিল

 ASSAM TIMES POST নিউজ ডেস্ক : দেশজুৰি কৰোনাৰ পৰিস্থিতিৰ মাজতে দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীসকলৰ বাকী থকা কেইবাটাও বিষয়ৰ পৰীক্ষা পহিলা জুলাইৰ পৰা...

“লক-ডাউন” ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত “লুকা-ভাকু”-

“লক-ডাউন” ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত “লুকা-ভাকু”-

"লক-ডাউনে" আগভেঁটি ধৰিলেও নিজস্ব বাট নিৰ্মাণ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনে। জনসাধাৰণ আগবাঢ়িব নোৱাৰিলেও তেওঁলোকৰ কাষলৈ আহিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্নটা বিষয়। য'ত...

ধ্বংসৰ মুখলৈ পৃথিৱীৰ চৌম্বক ক্ষেত্র : কাম বন্ধ হ’ব পাৰে কৃত্রিম উপগ্রহৰ

ধ্বংসৰ মুখলৈ পৃথিৱীৰ চৌম্বক ক্ষেত্র : কাম বন্ধ হ’ব পাৰে কৃত্রিম উপগ্রহৰ

 ASSAM TIMES POST নিউজ ডেস্ক : পৃথিৱীৰ চৌম্বক ক্ষেত্রৰ এটা অংশ দুর্বল হৈ গৈছে। কাৰণ কি, কোনেও নাজানে। বিশেষকৈ দুর্বল...

বিশ্বৰ কোনখন দেশক কোৱা হয় ‘মিনি হিন্দুস্তান’? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন

বিশ্বৰ কোনখন দেশক কোৱা হয় ‘মিনি হিন্দুস্তান’? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন

 ASSAM TIMES POST দক্ষিণ প্রশান্ত মহাসাগৰৰ মেলানেচিয়াত বাস কৰে বহুতো ভাৰতীয়ই। এই দক্ষিণ প্রশান্ত মহাসাগৰৰ মেলানেচিয়াত আছে এখন দ্বীপৰাষ্ট্র, য'ত...

মে’ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল : ছেবাৰ অধ্যক্ষ

মে’ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল : ছেবাৰ অধ্যক্ষ

ASSAM TIMES POST নিউজ ডেস্ক সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ সময় নিৰ্ধাৰণ কৰিছে ছেৱাই।ছেবাৰ অধ্যক্ষই এই...

Page 8 of 9 1 7 8 9
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.