Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য
উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই অযোধ্যাৰ ৰাম মন্দিৰত (Ram Mandir) প্ৰণামী চুৰিৰ ঘটনাক লৈ দায়িত্বহীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন ...







