ৰাজ্যসভা নিৰ্বাচনৰ বাবে দাখিল কৰা শপতনামাত উল্লেখ I কেৱল ওকালতি কৰিয়ে কোটি কোটি টকা উপাৰ্জন অভিষেক মনু সিংভিৰ
কেৱল ওকালতি কৰিয়েই লাখ লাখ টকা উপাৰ্জন। ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে দাখিল ...







