কৰ্ণাটকৰ নেতৃত্বৰ পৰিৱৰ্তন । “মই সক্ৰিয় ৰাজনীতিত থাকিম, শেষ নিশ্বাস পৰ্যন্ত সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিম”: সিদ্দাৰামাইয়া
প্ৰায় পাঁচ দশকজোৰা এক উজ্জ্বল ৰাজনৈতিক কেৰিয়াৰৰ পৰ্দা টানি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ২৮ মে'ত বেংগালুৰুত তেওঁৰ চৰকাৰী বাসভৱনত আয়োজন কৰা ...







