T20 World Cup 2026 Final । ৪৮ ঘণ্টাৰ পূৰ্বে দুৰ্ঘটনাত ভগ্নী-জোঁৱায়েকৰ মৃত্যু, শোকাগ্ৰস্ত অৱস্থাতে দেশৰ বাবে খেলপথাৰত নামিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ
টি-২০ বিশ্বকাপৰ ফাইনেলৰ ৪৮ ঘণ্টা পূৰ্বে এক মৰ্মান্তিক খবৰ লাভ কৰিছিল। পথ দুৰ্ঘটনাত ভগ্নী আৰু জোঁৱায়েকৰ মৃত্যু। তাৰ পিছতো ঈশান ...







