Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত
অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয়ৰ দল তামিলাগা ভেট্টি কাঝাগামে (টিভিকে) তামিলনাডুত চৰকাৰ (Tamilnadu Election) গঠন কৰিব বিচাৰিছে। বুধবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ ...







