ডাঙৰ আক্ৰমণ কৰিলে ব্যৰ্থ । কাশ্মীৰৰ উৰিত সেনাৰ সৈতে সংঘৰ্ষত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী নিহত
বন্দুকযুদ্ধত আকৌ কঁপি উঠিল। ভাৰতীয় সেনাই জম্মু আৰু কাশ্মীৰত এটা ডাঙৰ আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰিছে। এজন পাকিস্তানী সন্ত্ৰাসবাদীক সেনাই গুলীয়াই হত্যা ...







