BSNL । বি এছ এন এল ভাৰতৰ জনসাধাৰণৰ সম্পত্তি, চৰকাৰী সংস্থাটো ব্যক্তিগতকৰণ বিতৰ্কৰ মাজতে মন্ত্ৰী জ্যোতিৰাদিত্যৰ ঘোষণা
কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বুধবাৰে চৰকাৰী মালিকানাধীন ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) (BSNL) বিনিয়োগ বন্ধ বা ...







