ইৰাণৰ বিদ্যালয়লৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ আমেৰিকাৰ I প্ৰাথমিক তদন্তত দাবী—চোৰাংচোৱাই প্ৰদান কৰা পুৰণি তথ্যত ভুলকৈ লক্ষ্য
ইৰাণৰ এখন বিদ্যালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ দায়ী, এক প্ৰাথমিক তদন্তত এই কথা প্ৰকাশ পাইছে। নিউয়ৰ্ক টাইমছৰ মতে, প্ৰাৰম্ভিক ...







