অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপী গাওৰ অভিযোগ I দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকক কৰা হৈছে অত্যাচাৰ
দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক অত্যাচাৰ কৰা হৈছে। সোমবাৰে অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপী গাওৱে লোকসভাৰ বাহিৰত একেধৰণৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ ...







