Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
ফিফা বিশ্বকাপ (Fifa world cup) এতিয়াও আৰম্ভ হোৱা নাই। প্ৰতিযোগিতাখন বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হ'ব। কিন্তু এতিয়াৰ পৰা ক'ব পাৰি যে ...







