Nagaland Legislative Assembly I ইতিহাস গঢ়ি নাগালেণ্ডৰ প্ৰথম মহিলা বিধায়ক হ’ল হেকানি জাখালু
এনডিপিপি (NDPP)ৰ হেকানি জাখালুৱে (Hekani Jakhalu) ৬০ সদস্যৰ নাগালেণ্ড বিধানসভালৈ (Nagaland Legislative Assembly) নির্বাচিত প্রথমগৰাকী মহিলা (first woman to be ...