26/11 Mumbai Attack I ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰক ভাৰতলৈ প্ৰত্যৰ্পণৰ পথ প্ৰশস্ত
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ২৬/১১ মুম্বাই আক্ৰমণৰ (26/11 Mumbai Attack) মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ অনুমতি প্ৰদান কৰিছে।ভাৰতীয় চোৰাংচোৱাই ২০০৮ ...