Afghanistan earthquake I তিনিদিনত দ্বিতীয়বাৰ আফগানিস্তানত শক্তিশালী ভূমিকম্প, কঁপি উঠিল দিল্লী-কাশ্মীৰো
তিনিদিনৰ ভিতৰত দ্বিতীয়টো প্ৰবল ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তান (Afganistan Earthquake) । দিল্লী-এনচিআৰ আৰু জম্মু-কাশ্মীৰতো কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত ...