Pahalgam Attack I পহেলগাম হত্যাকাণ্ডত জড়িত ৪ সন্ত্ৰাসবাদীৰ ফটো মুকলি, ভুক্তভোগীৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা
ভাৰতীয় সুৰক্ষা সংস্থাই পহেলগাম হত্যাকাণ্ডত (Pahalgam Attack) জড়িত চাৰিজন সন্ত্ৰাসবাদীক চিনাক্ত কৰিছে। এই চাৰিজন সন্ত্ৰাসবাদীৰ আলোকচিত্ৰ ইতিমধ্যে মুকলি কৰা হৈছে। ...