Tag: ভাৰতীয়পাছপোৰ্ট

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

বিদেশ ভ্ৰমণৰ বাবে এক অত্যাৱশ্যকীয় নথি হৈছে পাছপোৰ্ট (Passport)। অৱশ্যে চৰকাৰে প্ৰদান কৰা এই নথি পাবলৈ প্ৰতিখন দেশৰ নাগৰিকে যথেষ্ট ...

ADVERTISEMENT

Terrorist Killed in Kashmir I পাক অধিকৃত কাশ্মীৰত লেণ্ডমাইনত ভৰি পৰি নিহত কমেও ৫ পাক সন্ত্ৰাসবাদী পাকৰ অধিকৃত কাশ্মীৰত অনুপ্ৰৱেশ কৰি থকা অৱস্থাত লেণ্ডমাইনত ভৰি দি কমেও পাঁচ পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়।  শুকুৰবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ জিলাৰ বট্টল ছেক্টৰত সংঘটিত হয় এই ঘটনা। সন্ত্ৰাসবাদীৰ দলটোৰ লগত আই ই ডি আছিল বুলিও অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি, নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেইবাটাও স্থানত লেণ্ডমাইন সংস্থাপন কৰাৰ লগতে অনুপ্ৰৱেশ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেতিয়াবা অৱশ্যে লেণ্ডমাইনবোৰ বৰষুণৰ বাবে নিৰ্দিষ্ট স্থানৰ পৰা স্থানান্তৰিত হয়। অনুমান কৰা হৈছে যে পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত কোনোৱে এনে লেণ্ডমাইনত ভৰি দিয়ে। ফলত লগে লগে সংঘটিত হয় এই বিস্ফোৰণ। অনুপ্ৰৱেশকাৰীসকলৰ লগত আই ই ডিৰ দৰে কিছুমান বিস্ফোৰক সামগ্ৰী থকাৰ বাবে বিস্ফোৰণৰ মাত্ৰা অধিক তীব্ৰতৰ হৈ পৰে। থিতাতে মৃত্যু হয় পাঁচজনৰ। নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোৰ নিৰাপত্তাও অধিক শক্তিশালী কৰা হৈছে।

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist