Bongaigaon bypoll 2024 : ফণীভূষণৰ পিছত এইবাৰ পত্নী, বঙাইগাঁৱত অক্ষত অগপৰ দুৰ্গ
প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত, দলীয় বিসম্বাদ, পৰৱৰ্তী সময়ত জিলা সভাপতি-সাধাৰণ সম্পাদককে ধৰি দলীয় নেতা-কৰ্মীৰ পদত্যাগৰ পিছতো বঙাইগাঁৱত যে অবিসম্বাদী সম্ৰাট ফণীভূষণ চৌধুৰী ...