Operation Sindoor I ছয় স্থানত ২৪ টা আক্ৰমণত নিহত ৮, অপাৰেচন সিন্দুৰত হতাহতৰ তথ্য প্ৰকাশ ইছলামাবাদৰ
ভাৰতে মঙলবাৰে মাজনিশা পাকিস্তানৰ বিৰুদ্ধে চলোৱা প্ৰতিশোধমূলক আক্ৰমণত আঠজন লোক নিহত হোৱাৰ দাবী ইছলামাবাদৰ (Operation Sindoor)। এক সংবাদমেলত পাকিস্তানৰ আন্তঃ-সেৱা ...