ট্ৰাম্পক ভাবুকি তেহৰাণৰ, খামেনেইৰ ওপৰত যিকোনো আক্ৰমণ কৰা মানে ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা
এদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰাণৰ আয়াতোল্লা আলী খামেনেইৰ চৰকাৰক ক্ষমতাচ্যুত কৰাৰ আহ্বান জনাইছিল। এইবাৰ তেহৰাণে ট্ৰাম্পক ভাবুকি দিছে। ...







