National-International

National - International News in Assamese and English

আৰক্ষীক অধিবক্তাৰ আক্ৰমণঃ অসম আইপিএছ এছ’চিয়েচনৰ ধিক্কাৰ

আৰক্ষীক অধিবক্তাৰ আক্ৰমণঃ অসম আইপিএছ এছ’চিয়েচনৰ ধিক্কাৰ

ASSAM TIMES POST গুৱাহাটীঃ যোৱা ২ নৱেম্বৰত দিল্লীৰ টিছ হাজাৰী আদালতৰ চৌহদত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত অধিবক্তাৰ আক্ৰমণৰ ঘটনাক তীব্ৰ বিৰোধিতা...

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”-

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”-

আপুনিও ফেশ্বনৰ প্ৰতি আকৰ্ষিত নেকি?? আপুনিও বিচাৰিছে নেকি আপোনাৰ “ফেশ্বন টেলেন্টক” সকলো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ?? তেন্তে আৰু চিন্তাৰ কাৰণ...

৭ হাজাৰ কোটিটকীয়া বেংক জালিয়াতিঃ একেদিনাই দেশৰ ১৬৯ স্থানত অভিযান চিবিআইৰ

৭ হাজাৰ কোটিটকীয়া বেংক জালিয়াতিঃ একেদিনাই দেশৰ ১৬৯ স্থানত অভিযান চিবিআইৰ

ASSAM TIMES POST নতুন দিল্লীঃ সাত হাজাৰ কোটিটকীয়া বেংক জালিয়াতিৰ বিৰুদ্ধে মঙলবাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআয়ে দেশৰ ১৬৯ টা...

সুধাকণ্ঠৰ মৃত্যু দিৱসঃ বাংলাদেশত ৩ দিনীয়া কাৰ্যসূচী

সুধাকণ্ঠৰ মৃত্যু দিৱসঃ বাংলাদেশত ৩ দিনীয়া কাৰ্যসূচী

ASSAM TIMES POST গুৱাহাটীঃ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে বাংলাদেশত মঙলবাৰৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘মোৰা যাত্ৰী...

Page 923 of 934 1 922 923 924 934
ADVERTISEMENT

Terrorist Killed in Kashmir I পাক অধিকৃত কাশ্মীৰত লেণ্ডমাইনত ভৰি পৰি নিহত কমেও ৫ পাক সন্ত্ৰাসবাদী পাকৰ অধিকৃত কাশ্মীৰত অনুপ্ৰৱেশ কৰি থকা অৱস্থাত লেণ্ডমাইনত ভৰি দি কমেও পাঁচ পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়।  শুকুৰবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ জিলাৰ বট্টল ছেক্টৰত সংঘটিত হয় এই ঘটনা। সন্ত্ৰাসবাদীৰ দলটোৰ লগত আই ই ডি আছিল বুলিও অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি, নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেইবাটাও স্থানত লেণ্ডমাইন সংস্থাপন কৰাৰ লগতে অনুপ্ৰৱেশ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেতিয়াবা অৱশ্যে লেণ্ডমাইনবোৰ বৰষুণৰ বাবে নিৰ্দিষ্ট স্থানৰ পৰা স্থানান্তৰিত হয়। অনুমান কৰা হৈছে যে পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত কোনোৱে এনে লেণ্ডমাইনত ভৰি দিয়ে। ফলত লগে লগে সংঘটিত হয় এই বিস্ফোৰণ। অনুপ্ৰৱেশকাৰীসকলৰ লগত আই ই ডিৰ দৰে কিছুমান বিস্ফোৰক সামগ্ৰী থকাৰ বাবে বিস্ফোৰণৰ মাত্ৰা অধিক তীব্ৰতৰ হৈ পৰে। থিতাতে মৃত্যু হয় পাঁচজনৰ। নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোৰ নিৰাপত্তাও অধিক শক্তিশালী কৰা হৈছে।

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist