ৰঙালী বিহুৰ (Rongali Bihu) সাংস্কৃতিক সন্ধিয়াৰ বাবে সাজু হৈছে অসমীয়া কণ্ঠশিল্পী সকল। প্ৰতিবছৰে ৰঙালী অহা লগে লগেই সাজু হোৱা শিল্পী সকলৰ মাননিয়ে ধ্যান আকৰ্ষণ কৰে জনসাধাৰণৰ।

জানিব পৰা মতে, চলিত বৰ্ষৰ বাবে জুবিন গাৰ্গৰ (Zubeen Garg) মাননি ১০ লাখ টকা, দীক্ষুৰ (Dikshu) মাননি ৩.৮০ ৰ পৰা ৫ লাখ টকালৈ, প্ৰিয়ংকা ভৰালীৰ (Priyanka Bharali) মাননি ৩ ৰ পৰা ৪.৫০ লাখ টকালৈ, আচুৰ্য বৰপাত্ৰৰ (Achurjya Borpatra) মাননি ৫.৫০ ৰ পৰা ৬ লাখ টকালৈ, নীল আকাশৰ (Neel Akash) মাননি ৫.৫০ লাখ টকা, ভৃগু কাশ্যপৰ (Bhrigu Kashyap) মাননি ৩.৫০ৰ পৰা ৪.৫০ লাখ টকালৈ, মণ্টুমণিৰ (Mantumoni) মাননি ৩.৫০ লাখ টকা, বিপিন চাওদাঙৰ (Bipin Chawdang) মাননি ২.৫০ লাখ টকা, দীপলিনা ডেকাৰ (Deeplina Deka) মাননি ৩.৫০ লাখ টকা, বৰ্ণালী কলিতাৰ (Bornali Kalita) মাননি ২.৫০ ৰ পৰা ৪ লাখ টকা, সুবাসনা দত্তৰ (Subasana Dutta) মাননি ২.৭০ ৰ পৰা ৪ লাখ টকালৈ, গীতালী দেৱীৰ (Geetali Devi) ২ ৰ পৰা ৩ লাখ টকালৈ, ৰূপম ভূঞাৰ (Rupam Bhuyan) মাননি ২ ৰ পৰা ২.৫০ লাখ টকালৈ, শংকুৰাজ কোঁৱৰৰ (Shankuraj Knowar) মাননি ৫ ৰ পৰা ৬ লাখ টকালৈ, কুসুম কৈলাসৰ (Kusum Kailash) ৩.৫০ লাখ টকালৈ, ৰাকেশ ৰিয়ানৰ (Rakesh Reeyan) মাননি ৪ ৰ পৰা ৫ লাখ টকালৈ আৰু সান্নিধ্য ভূঞাৰ (Sannidhya Bhuyan) মাননি ২.৫০ ৰ পৰা ২.৬০ লাখ টকালৈ।