ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Aiims I মাত্ৰ ৯০ ছেকেণ্ড! গৰ্ভস্থ শিশুৰ হৃদযন্ত্ৰৰ বিৰল অস্ত্ৰোপচাৰত সাফল্য এইমছৰ চিকিৎসকৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 15, 2023
Reading Time: 1 min read
A A
0
Delhi Aiims I মাত্ৰ ৯০ ছেকেণ্ড! গৰ্ভস্থ শিশুৰ হৃদযন্ত্ৰৰ বিৰল অস্ত্ৰোপচাৰত সাফল্য এইমছৰ চিকিৎসকৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

দিল্লী এইমএছৰ (Delhi Aiims)  চিকিৎসকসকলে অতি বিৰল অস্ত্ৰোপচাৰত অভূতপূৰ্ব সফলতা লাভ কৰে। প্ৰসূতিৰ গৰ্ভস্থ সন্তানটিৰ হৃদযন্ত্ৰৰ সমস্যা আছিল। জন্মৰ পিছত ই সূচকীয়ভাৱে বৃদ্ধি হোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত চিকিৎসকে শিশুটিৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। কিন্তু মূল সমস্যাটো হʼল সময়। মাত্ৰ ৯০ ছেকেণ্ডতে এই বিৰল অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰিলে চিকিৎসকে। মাক আৰু শিশু দুয়োজনেই সুস্থ।

All India Institute Of Medical Science
গৰ্ভস্থ শিশুৰ হৃদযন্ত্ৰৰ বিৰল অস্ত্ৰোপচাৰত সাফল্য এইমছৰ:

ইয়াৰ পূৰ্বে তিনিবাৰ সন্তান ধাৰণ কৰাৰ পিছতো সন্তান জন্ম দিব পৰা নাছিল ২৮ বছৰীয়া প্ৰসূতিগৰাকীয়ে। এইবাৰ গৰ্ভধাৰণ কৰাৰ পিছত দম্পতীহালে শিশুটিক বচাবলৈ বদ্ধপৰিকৰ হয়। কিন্তু এইমএছৰ চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে শিশুটিৰ অপৰিপক্ক হৃদযন্ত্ৰৰ ডাঙৰ সমস্যা আছে।

এই সন্তান জন্ম হʼলে এই সমস্যা বাঢ়িব। ফলত শিশুৰ স্বাভাৱিক বিকাশৰ সম্ভাৱনা প্ৰায় নাই। কিন্তু উপায় কি? দিল্লী এইমএছৰ চিকিৎসকে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি শিশুটি সুস্থ কৰাৰ সিদ্ধান্ত লয়। চিকিৎসকৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে সময়! গৰ্ভত থকা শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ মাত্ৰ ৯০ ছেকেণ্ড সময় থাকে। সকলো কাম তাৰ ভিতৰতে কৰিব লাগিব। সময়ৰ বিৰুদ্ধে দৌৰ আৰম্ভ হয়।

এইমছৰ চিকিৎসকে জটিল পদ্ধতিৰ আশ্ৰয় লৈছিল। মাতৃৰ তলৰ পেটৰ মাজেৰে বেজী এটা সুমুৱাই দিয়া হয়। যি পোনপটীয়াকৈ শিশুৰ হৃদযন্ত্ৰত উপনীত হয়। তাত বেলুন কেথেটাৰৰ জৰিয়তে বন্ধ হৈ থকা হৃদযন্ত্ৰৰ ভালভটো পুনৰ সক্ৰিয় কৰা হয়। অলপ লৰচৰ কৰিলেও শিশুটিৰ মৃত্যু হ’লেহেঁতেন। কিন্তু চিকিৎসকৰ সহায়ত জটিল অস্ত্ৰোপচাৰ সফল হʼল। কেৱল সেয়াই নহয়, বৰ্তমান মাতৃ আৰু গৰ্ভত থকা সন্তানটো সুস্থ।

এইমছ কাৰ্ডিঅ’থোৰেচিক ছায়েন্স চেণ্টাৰৰ (Aiims Cardiothoracic Science Centre) এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়, “আল্ট্ৰাছাউণ্ডৰ (Ultrasound) নিৰ্দেশনাৰে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল। আন সময়ত এঞ্জিঅʼগ্ৰাফী (Angiography) ব্যৱহাৰ কৰিব পৰা গʼলহেঁতেন যদিও এই ক্ষেত্ৰত সেয়া সম্ভৱ নহʼল। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সময়।

কাৰণ অৱস্থাটো বেছি দীঘলীয়া হʼলে শিশুৰ মৃত্যু অনিবাৰ্য। অলপ ইফাল-সিফাল হ’লেই পৰিস্থিতি বিপৰ্যয়জনক হলেহেঁতেন। তাৰ ওপৰত আছিল আকৌ সময়ৰ প্ৰত্যাহ্বান। কিন্তু বেছি সময় নালাগিল। ঠিক ৯০ ছেকেণ্ডতে সকলো ঠিক হৈ গʼল।”

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Delhi Aiims
Share4Tweet3Send

Related Posts

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

by Staff Reporter
March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

by Staff Reporter
March 25, 2023
50
Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?
National-International

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

by News Desk
March 24, 2023
54
Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ
National-International

Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ

by News Desk
March 24, 2023
54
North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ
National-International

North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ

by News Desk
March 24, 2023
53
Lok Sabha I আলোচনা অবিহনেই লোকসভাত গৃহীত বিত্ত বিধেয়ক! প্ৰতিবাদ বিৰোধীৰ
National-International

Lok Sabha I আলোচনা অবিহনেই লোকসভাত গৃহীত বিত্ত বিধেয়ক! প্ৰতিবাদ বিৰোধীৰ

by News Desk
March 24, 2023
52
ADVERTISEMENT
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
50
Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:
Political

Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:

March 24, 2023
52
Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ
Assam

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1848) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5200) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: