ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

নিউজ ডেস্কঃ

News Desk by News Desk
January 30, 2023
Reading Time: 1 min read
A A
0
ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ কাশ্মীৰত সমাপ্ত। শ্ৰীনগৰ (Sreenagar)ত ১৩৫ দিনীয়া ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণী অনুষ্ঠান (Bharat Jodo Yatra Closing ceremony)ৰ আশেপাশে কটকটীয়া নিৰাপত্তা। তুষাৰপাতৰ ফলত সোমবাৰে কংগ্ৰেছৰ পদযাত্ৰাৰ সামৰণী অনুষ্ঠানত ব্যাঘাত জন্মিব পাৰে। পুৱাৰে পৰা সমগ্ৰ শ্ৰীনগৰত বৰফ পৰিছে। ৰাহুল আৰু প্ৰিয়ংকা (Rahul and Priyanka)ক বৰফৰ লগত খেলি থকা দেখা গʼল।

ভাৰত জোড়ো
End of Bharat Jodo Yatra:

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে যোৱা বছৰৰ ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল দেশক এডাল সূতাৰে বান্ধিবলৈ। ১৩৫ দিনীয়া এই যাত্ৰাই ১২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লৈছিল। দিন পাৰ হৈ যোৱাৰ লগে লগে এই যাত্ৰাৰ প্ৰতি কংগ্ৰেছ নেতৃত্বই অধিক সঁহাৰি পায়। বহু গণ্য-মান্য ব্যক্তিয়ে ৰাহুলৰ সৈতে পদযাত্ৰা কৰিছে। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে হাত মিলাইছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুলৰ এই কাৰ্যসূচীয়ে ৰাজনৈতিক শিবিৰৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰ্যসূচীৰ অন্তিম দিনটোত ২১ টা বিৰোধী দলেও কংগ্ৰেছৰ এই অনুষ্ঠানত যোগদান কৰিছে। কংগ্ৰেছে আমন্ত্ৰণ জনাইছে ২১টা দলক। ফলত ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণী অনুষ্ঠানত মঞ্চত দেখা যায় বিৰোধী ঐক্যৰ ছবি। কিন্তু সামৰণী অনুষ্ঠানত তৃণমূল, সমাজবাদী পাৰ্টি, টিডিপিৰ দৰে বিৰোধী দলে অংশগ্ৰহণ কৰা নাই।

সোমবাৰে শ্ৰীনগৰস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাহুলৰ নেতৃত্বত চলা এই পদযাত্ৰা শ্বেৰ-এ-কাশ্মীৰ ষ্টেডিয়ামত উপস্থিত হʼব। তাৰ আগতে পুৱাৰে পৰা শ্ৰীনগৰত বৰফ পৰিছিল। দৃশ্যমানতাও কমিছে। ইয়াৰ বাবে শ্ৰীনগৰৰ সকলো বিমান পলমকৈ চলি আছে।

ভিষ্টাৰ এয়াৰলাইন্সেও ২ খন বিমান বাতিল কৰে।দেওবাৰে লালচ’কত সমাপ্ত হয় ৰাহুলৰ যাত্ৰা। তাতে ছোনিয়া-পুত্ৰই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। সোমবাৰে আনুষ্ঠানিকভাৱে সমাপ্ত হয় এই যাত্ৰা। ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণী অনুষ্ঠানৰ আশেপাশে উপত্যকাটোত কটকটীয়া কৰা হৈছে নিৰাপত্তা।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: End of Bharat Jodo Yatraভাৰত জোড়ো যাত্ৰাৰ সামৰণি
Share4Tweet3Send

Related Posts

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

by Staff Reporter
March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

by Staff Reporter
March 25, 2023
50
Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?
National-International

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

by News Desk
March 24, 2023
54
Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ
National-International

Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ

by News Desk
March 24, 2023
54
North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ
National-International

North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ

by News Desk
March 24, 2023
53
Lok Sabha I আলোচনা অবিহনেই লোকসভাত গৃহীত বিত্ত বিধেয়ক! প্ৰতিবাদ বিৰোধীৰ
National-International

Lok Sabha I আলোচনা অবিহনেই লোকসভাত গৃহীত বিত্ত বিধেয়ক! প্ৰতিবাদ বিৰোধীৰ

by News Desk
March 24, 2023
52
ADVERTISEMENT
অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’
Guwahati

অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

March 25, 2023
50
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
50
Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:
Political

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1849) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5200) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: