নগাঁৱৰ (Nagaon) হুজত ১০ গৰাকী স্বামীহীনা মহিলাৰ বিবাহকাৰ্য (Marriage) সম্পাদন কৰিলে গাঁওবাসীয়ে। স্বামীহীনা মহিলাৰ লগতে ৩৩ যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন কৰিলে হুজগাঁও বাসীয়ে।

আৰ্থিক তথা বিভিন্ন কাৰণত বিবাহ হ’বলৈ অসমৰ্থ সকলক সামাজিক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যেৰে হুজগাঁও বাসীয়ে আয়োজন কৰা এই ৰাজহুৱা বিবাহে শেহতীয়াকৈ সমাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।