ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতাত মহামায়াৰ হাতত লাংফেৰ ৫-৩ গলত পৰাজিত

ষ্টাফ ৰিপ'ৰ্টাৰঃডিফু

News Desk by News Desk
January 24, 2023
Reading Time: 1 min read
A A
0
ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতাত মহামায়াৰ হাতত লাংফেৰ ৫-৩ গলত পৰাজিত

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:

ডিফু (Diphu)ৰ কাছা খেল পথাৰত চলি থকা দ্বিতীয় আন্তঃ এমএচি ক্লাৱ প্ৰাইজমনি ফুটবল (Inter MAC Club Prize Money Football) প্ৰতিযোগিতাৰ আজিৰ খেলত মহামায়াৰ (Mahamaya) হাতত লাংফেৰ (Langfer) দল টাই ব্ৰেকাৰত ৫–৩ গ’লৰ ব্যৱধানত পৰাজিত হয়৷ তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক খেলখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে ১-১ গ’লদি খেলখন অমিমাংসিতভাবে ড্ৰ (Draw) কৰে৷

ফুটবল প্ৰতিযোগিতা
ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতা:

পিছলৈ টাই ব্ৰেকাৰ পদ্ধতিত মহামায়া দলে লাংফেৰ দলক ৫–৩ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷মহামায়া দলৰ হৈ গ’ল ৰক্ষক গজেন হাঞ্চেই তিনিটাকৈ গ’ল প্ৰতিহত কৰি দলক জয়ৰ সোৱাদ দিয়ে৷ ফলত গজেন হাঞ্চেক প্ৰত্যাশিতভাবে খেলখনৰ শ্ৰেষ্ট খেলুৱৈৰ সন্মান প্ৰদান কৰে৷

উল্লেখযোগ্যযে, আজিৰ খেলখনত লাংফেৰ পৰিষদীয় সমষ্টিৰ এমএচি মধুৰাম লেকথে মুখ্য অতিথি হিছাপে উপস্থিত থাকে৷ খেলখন পৰিচালনা কৰে বাজ’ তিছ’ৱে৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে, শংকৰ তেৰাঙ আৰু অমন বৰদলৈয়ে৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে বলন টকিপীয়ে৷

ADVERTISEMENT

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Football TournamentLangfe in the hands of Mahamayaফুটবল প্ৰতিযোগিতামহামায়াৰ হাতত লাংফে
Share5Tweet3Send

Related Posts

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

by News Desk
January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

by ASSAM TIMES POST
January 30, 2023
50
ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:
KARBI ANGLONG

ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:

by ASSAM TIMES POST
January 29, 2023
62
ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ লুম্বাজং দলৰ
KARBI ANGLONG

ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ লুম্বাজং দলৰ

by News Desk
January 28, 2023
67
ডিফু আৰু হাওৰাঘাট নিৰ্বাচনী সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা ২০২৩ প্ৰকাশ
KARBI ANGLONG

ডিফু আৰু হাওৰাঘাট নিৰ্বাচনী সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা ২০২৩ প্ৰকাশ

by News Desk
January 27, 2023
85
ডিফুত উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসকলৈ কৰ্মশালা:
KARBI ANGLONG

ডিফুত উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসকলৈ কৰ্মশালা:

by News Desk
January 27, 2023
66
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: