# পশ্চিম কাৰ্বিআংলঙ (West KarbiAnglong)ৰ খান্দুলি (Khanduli)ত অসম আৰক্ষী (Assam Police)য়ে মেঘালয় প্ৰশাসনৰ (Meghalaya Administration) পৰা চমজি (Heand over) লয় বনকৰ্মী বিদ্যাছিং লেকথে (Forestman Bidyasing Lekathe)ৰ মৃতদেহ (death body)৷
# লগত উপস্থিত থাকে কাৰ্বিপৰিষদৰ কেইবাজনো কাৰ্যবাহীসদস্য ।
# ৩৬ ঘন্টাৰ মোৰত অসম আৰক্ষীয়ে চমজি ল’লে লেকথেকৰ মৃতদেহ।
# অসম-মেঘালয় সীমান্তৰ সংঘাতত নিহত হৈছিল বন সুৰক্ষাকৰ্মী বিদ্যাছিং লেকথে ৷
# অসম-মেঘালয় ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীৰ উপস্থিতিত মৃতদেহ চমজি লয় আৰক্ষীয়ে ৷
# মুক্ৰ অঞ্চলত এতিয়াও চেপা উত্তেজনা অব্যাহত থকাৰ বাবে খান্দুলিত বিদ্যাছিঙৰ মৃতদেহ চমজাই দিয়াৰ সিদ্ধান্ত দুই ৰাজ্যৰ ৷
# আনহাতে ঘটনা সংঘতিত হোৱা ঠাইডোখৰ মেঘালয়ে তেওঁলোকৰ ঠাই বুলি কৰা দাবীক সম্পূৰ্ণৰূপে নাকচ কৰিছে কাৰ্বিপৰিষদে।
# কাৰ্বিপৰিষদৰ ভুমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য অমৰছিং টিছুয়ে নাকচ কৰিছে মেঘালয়ৰ এই দাবী।