<img class="alignnone size-full wp-image-86101" src="//assamtimespost.in/wp-content/uploads/2022/10/logo_new-2-1-1-4-1-3-1.png" alt="" width="151" height="40" /></img> <h2><span style="font-size: 14pt;">বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ ক্ৰিকেট বিশ্বকাপ চলি থকাৰ মাজতেই ওলাল এডাল প্ৰকাণ্ড সাপ। তাৰ পিছত কিছু সময়ৰ বাবে ৰৈ গ'ল খেলখন।ভাৰতে বেটিং কৰি থাকোতে সপ্তম অ'ভাৰত ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুলে বেট ধৰি থকাৰ সময়তে ওলাইছিল সাপডাল।</span></h2> <img class="alignnone wp-image-86194 size-full" src="//assamtimespost.in/wp-content/uploads/2022/10/9839743451776420824.jpg" alt="বৰ্ষাপাৰাত ষ্টেডিয়ামত ওলাল এডাল প্ৰকাণ্ড সাপঃ" width="500" height="261" /></img><span style="font-size: 14pt;">সাপ বিশেষজ্ঞৰ দল আহি খেলপথাৰৰ পৰা উদ্ধাৰ কৰে সাপডাল।</span><span style="font-size: 14pt;">কিনকিনীয়া বৰষুণৰ পিছতেই এইবাৰ সাপ ওলাই খেলখনৰ মাজত অথন্তৰ লগায়। ইয়াৰ পূৰ্বেও বৰ্ষাপাৰা ষ্টেডিয়ামত খেল চলি থকাৰ মাজত কুকুৰ ওলোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল।</span>