হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক তাৎক্ষণিকভাবে নিলম্বন। মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক নিৰ্দেশত নিলম্বন দুই বিষয়াক।
হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে মাৰপিট কৰাৰ অভিযোগ।
সেই অভিযোগ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে নিলম্বন কৰা হয় দুই বিষয়াক।
চিচি টিভিত বন্দী ঘটনাৰ সমগ্ৰ দৃশ্য। জিলাখনত এতিয়াও অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া।