<img class="alignnone wp-image-83482" src="//assamtimespost.in/wp-content/uploads/2022/08/logo_new-2-1-1-4-1-3-1-1.png" alt="" width="208" height="55" /></img> <h2><span style="font-size: 14pt;">বিগত ২০১২ চনত অসম চৰকাৰৰ সৈতে শান্তি চুক্তি কৰা বিদ্ৰোহী সংগঠন "আলনা" য়ে আজি বোকাজান আৰক্ষী থানাত অস্ত্ৰ সম্বৰণ কৰে।</span></h2> <img class="alignnone wp-image-83577 size-large" src="//assamtimespost.in/wp-content/uploads/2022/08/8026fdb6-59f8-447f-8660-1bc29bcc3ea5-1024x545.jpg" alt=""আলনা" ৰ আজি অস্ত্ৰ সম্বৰণ" width="1024" height="545" /></img><span style="font-size: 14pt;">তেওঁলোকে জমা কৰা অস্ত্ৰৰ ভিতৰত ৬ টা পিষ্টল, ২২ এমএমৰ ৪ টা ৰাইফল, ৪ টা বন্দুক আৰু বহু পৰিমাণৰ সক্ৰিয় গুলি আছিল। আনহাতে, অসমৰ বিভিন্ন ঠাইত থকা "আলনা" ৰ সদস্যক মজুত ৰখা অস্ত্ৰ সমূহকো জমা দিবলৈ অনুৰোধ জনাই আলনা সদস্যই।</span>