অক্ষয় কুমাৰ এনে এগৰাকী অভিনেতা; যিয়ে সাধাৰণজন অসুবিধাত পৰিলে সদায় তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়। চলিত বৰ্ষতে অসমত হোৱা বানপানীৰ ফলত বানপীড়িত সকলক সহায়ৰ অৰ্থে তেওঁ আগবঢ়াইছিল ২ কোটিকৈ টকা।
ঠিক তেনেদৰেই বিহাৰত যোৱা কেইবাদিনৰপৰা ধৰি হোৱা বানত আক্ৰান্ত সকলক সহায়ৰ বাবে অভিনেতা গৰাকীয়ে দান কৰে প্ৰায় ১ কোটি টকা। উক্ত টকাখিনিৰে প্ৰায় ২৫ টা পৰিয়ালৰ সহায় হ’ব। ইয়াৰ লগতে, অক্ষয় কুমাৰে ছঠ পূজা উপলক্ষে এই পৰিয়াল সমূহক ৪ লাখকৈ টকা মাননীৰূপে আগবঢ়াব।
source ; https://rupaliparda.com/archives/7417