বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি। উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সযোগে দিল্লীৰ এইমচলৈ নিয়াৰ প্ৰস্তুতি চলিছে।
বৰ্তমান পাটনাৰ পাৰচ হাস্পাতালত ভৰ্তি লালু প্ৰসাদক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।
ADVERTISEMENT
ADVERTISEMENT