ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

ছাইদুল ইছলাম:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 6, 2022
Reading Time: 1 min read
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

বোকাজান আৰক্ষীৰ প্ৰচেষ্টাত ৩১ টা চুৰি মোবাইল ফোন আৰু কেমেৰা উদ্ধাৰ: চুৰিত জৰিত ৬ জনক আটক

ডিফুত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে ‘লোক কল্যাণ দিৱস’ উদযাপন

ডিফু জে’লৰ পৰা পলাতক তিনি কাৰাবন্দীৰ এজন পুনৰ আটক:

ডিফুৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ নগাঁও বস্তিৰ সুলভ মূল্যৰ দোকানী ভীম বাহাদুৰ লামাৰ বিৰুদ্ধে উত্থাপন অভিযোগ খণ্ডন ভীম বাহাদুৰ লামাৰ।

সংবাদমেল ভীম বাহাদুৰ লামাৰযোৱা সোমবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ১৯নং ধনশিৰি পৰিষদীয় সমষ্টিৰ নগাঁও বস্তিৰ সুলভ মূল্যৰ দোকানী তথা গাঁওবুঢ়া ভীম বাহাদুৰ লামাৰ বিৰুদ্ধে একাংশ লোকে সংবাদ মাধ্যমৰ আগত গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কয় যে, ভীম বাহাদুৰ লামাই হিতাধিকাৰী ৰেছন কাৰ্ডৰ চাউল বিতৰণ ব্যাপক অনিয়মৰ লগতে হিতাধিকাৰী পৰা ৰেচন বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি কাৰ্ড বনাই দিয়া নাই।

ইয়াৰোপৰি নবীকৰণৰ নামত হিতাধিকাৰীৰ কাৰ্ড জমা লৈ বছৰ বছৰ ধৰি নিজৰ ঘৰতে পেলাই থৈছে। এই সন্দৰ্ভত আজি গাওঁবুঢ়া তথা সুলভ মূল্যৰ দোকানী নগাঁও বস্তি সমাজ কাৰ্য্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰে।

ADVERTISEMENT

ভীম বাহাদুৰ লামাই সংবাদ মাধ্যমৰ সম্বোধন কৰি কয় যে, তেওঁৰ সুলভ মূল্যৰ দোকানীত নগাঁও বস্তিৰ হিতাধিকাৰীৰ মাজত ৰেচন বিতৰণ কৰাত কোনো অনিয়ম হোৱা নাই চৰকাৰী বিধি অনুসৰি চাউল বিতৰণ কৰা হৈছে। আনহাতে তেওঁ কাৰ্ড বনাই দিয়াৰ নামত কাৰো পৰা ধন লোৱা নাই।

কোনোবা হিতাধিকাৰী চৰকাৰীও সংশ্লিষ্ট বিভাগৰ ৬জন সদস্যৰ নাম থাকিলে ৫ কেজিকৈ চাউল ৬ দিয়া হয় কিন্তু কাৰোবাৰ ঘৰত সদস্য সংখ্যা ৬ জন থাকিলেও চৰকাৰী নথিত চাৰিজন থাকে সেয়েহে ৫ কেজিকৈ চাৰিজনকে চাউল বিতৰণ কৰা হয়। ৰাইজৰ পৰা নবীকৰণৰ বাবে লোৱা ৰেচন কাৰ্ডসমূহ সংশ্লিষ্ট মূখ্যকাৰ্য্যলয়ত জমা হৈছে। তেওঁ ঘৰতে কোনো কাৰ্ড ৰাখি থোৱা নাই।

ADVERTISEMENT

আনহাতে তেওঁ কোনো গ্ৰাহককো দুৰ্ব্যৱহাৰ কৰা নাই বুলি সংবাদমেলত উল্লেখ কৰে। বিৰোধী পক্ষৰ তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ লগতে জনমানসত তেওঁৰ সন্মান লাঘৱ কৰিবলৈ এনেধৰণৰ মনে সজা ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য সংবাদমেল চলি থকা সময়ত নগাঁও বস্তিৰ গাঁও সমাজ কাৰ্য্যালয়ৰ বাহিৰত সমবেত হৈ থকা শতাধিক ৰাইজে ভীম বাহাদুৰ লামাই ৰেচন বিতৰণত কোনো ধৰণৰ অনিয়ম সংঘটিত কৰা নাই। লগতে ৰেচন কাৰ্ডৰ নামত তেওঁলোকৰ পৰা কোনো উৎকোচ লোৱা নাই বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে।

Like this:

Like Loading...

Related

Tags: সংবাদমেল ভীম বাহাদুৰ লামাৰ
Share12Tweet8Send

Related Posts

বোকাজান আৰক্ষীৰ প্ৰচেষ্টাত ৩১ টা চুৰি মোবাইল ফোন আৰু কেমেৰা উদ্ধাৰ: চুৰিত জৰিত ৬ জনক আটক
KARBI ANGLONG

বোকাজান আৰক্ষীৰ প্ৰচেষ্টাত ৩১ টা চুৰি মোবাইল ফোন আৰু কেমেৰা উদ্ধাৰ: চুৰিত জৰিত ৬ জনক আটক

by ASSAM TIMES POST
August 6, 2022
59
ডিফুত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে ‘লোক কল্যাণ দিৱস’ উদযাপন
KARBI ANGLONG

ডিফুত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে ‘লোক কল্যাণ দিৱস’ উদযাপন

by News Desk
August 5, 2022
61
ডিফু জে’লৰ পৰা পলাতক তিনি কাৰাবন্দীৰ এজন পুনৰ আটক:
KARBI ANGLONG

ডিফু জে’লৰ পৰা পলাতক তিনি কাৰাবন্দীৰ এজন পুনৰ আটক:

by News Desk
August 5, 2022
118
ডিফুত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ছেলফি পইণ্ট আৰু ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি
KARBI ANGLONG

ডিফুত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ছেলফি পইণ্ট আৰু ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

by News Desk
August 4, 2022
111
কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা:নৱগঠিত কাৰ্বি উগ্ৰপন্থী সংগঠন ‘কুলা’ৰ অধ্যক্ষ গ্ৰেপ্তাৰ
KARBI ANGLONG

Three members of a militant outfit nabbed in Karbi Anglong    

by ASSAM TIMES POST
August 3, 2022
77
ডিফু কাৰাগাৰৰ পৰা তিনি কাৰাবন্দীৰ পলায়ন
KARBI ANGLONG

ডিফু কাৰাগাৰৰ পৰা তিনি কাৰাবন্দীৰ পলায়ন

by News Desk
August 3, 2022
78
ADVERTISEMENT
নাৰীক হাৰাশাস্তি! উন্নাও-হাথৰছৰ ৰাজ্যত বিজেপি কৰ্মীৰ ঘৰত বুলডজাৰ
National-International

নাৰীক হাৰাশাস্তি! উন্নাও-হাথৰছৰ ৰাজ্যত বিজেপি কৰ্মীৰ ঘৰত বুলডজাৰ

August 8, 2022
50
‘মই কি ভুল কৰিলোঁ?’ নেতিবাচক বাতৰিৰ ধুমুহাত বিধ্বস্ত জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰশ্ন
National-International

‘মই কি ভুল কৰিলোঁ?’ নেতিবাচক বাতৰিৰ ধুমুহাত বিধ্বস্ত জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰশ্ন

August 8, 2022
50
তিনিবছৰীয়া কন্যাক বাথৰুমত হেতাৰে প্ৰহাৰ পিতৃৰ! গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি
National-International

তিনিবছৰীয়া কন্যাক বাথৰুমত হেতাৰে প্ৰহাৰ পিতৃৰ! গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি

August 8, 2022
50
চি এছ আই আৰৰ প্ৰথমগৰাকী মহিলা সঞ্চালক নল্লাথাম্বী কালাইচেলভিক
National-International

চি এছ আই আৰৰ প্ৰথমগৰাকী মহিলা সঞ্চালক নল্লাথাম্বী কালাইচেলভিক

August 8, 2022
50
816682
Total views : 5182139
Who's Online : 19
নাৰীক হাৰাশাস্তি! উন্নাও-হাথৰছৰ ৰাজ্যত বিজেপি কৰ্মীৰ ঘৰত বুলডজাৰ

নাৰীক হাৰাশাস্তি! উন্নাও-হাথৰছৰ ৰাজ্যত বিজেপি কৰ্মীৰ ঘৰত বুলডজাৰ

August 8, 2022
‘মই কি ভুল কৰিলোঁ?’ নেতিবাচক বাতৰিৰ ধুমুহাত বিধ্বস্ত জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰশ্ন

‘মই কি ভুল কৰিলোঁ?’ নেতিবাচক বাতৰিৰ ধুমুহাত বিধ্বস্ত জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰশ্ন

August 8, 2022
তিনিবছৰীয়া কন্যাক বাথৰুমত হেতাৰে প্ৰহাৰ পিতৃৰ! গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি

তিনিবছৰীয়া কন্যাক বাথৰুমত হেতাৰে প্ৰহাৰ পিতৃৰ! গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি

August 8, 2022

Categories

ALL NEWS (17193) Assam (11947) BREAKING NEWS (6431) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (552) Entertrainment (257) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1765) Health & Fitness (586) Jobs & Career (5) KARBI ANGLONG (2120) Lifestyle (23) literature (16) National-International (3770) NORTHEAST (435) Novels (3) Photo (4) Poems (9) Political (94) Recipes (5) Sports News (309) Stories (6) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: