ৰাজ্যসভা সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক সচিব নিযুক্তি।পূর্বতে জয়ন্ত মল্লৰ বৰুৱাৰ মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিবৰ দায়িত্বত আছিল।
শেহতীয়া ভাৱে জয়ন্তমল্ল বৰুৱাক মন্ত্ৰীত্ব প্ৰদান কৰাত উক্ত পদত মাঘেৰিটাক নিযুক্তি দিছে।গুৰুত্বপূৰ্ণ কথা চলিত বৰ্ষত ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল মাঘেৰিটা।