ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

ভঙা-গঢ়াৰ কাৰিকৰ হিমন্ত বিশ্বতেই এতিয়া ভৰসা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 23, 2022
Reading Time: 1 min read
0
ভঙা-গঢ়াৰ কাৰিকৰ হিমন্ত বিশ্বতেই এতিয়া ভৰসা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব নিযুক্তি

যোগীৰ দ্বিতীয়টো মুখ্যমন্ত্রীত্বৰ কাৰ্যকালত প্রথম ১০০ দিনতেই ৫২৫জনক আৰক্ষীৰ এনকাউন্টাৰ

শক্তি পৰীক্ষাত জয়লাভ শিন্ডেৰ, আস্থা ভোটত ১৬৪ বিধায়কৰ সমর্থন

মহাৰাষ্ট্রত উদ্ধব থাকৰেৰ চৰকাৰৰ সূর্যাস্ত হয়নে নহয় সেয়া সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু উত্তৰ-পূবক ‘কংগ্রেছমুক্ত’ কৰৰ পিছত, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ভাগ্য আকাশৰ সূর্য এইবাৰ উত্তৰ-পূবৰ সীমা অতিক্ৰম কৰি দেশৰ ৰাজনৈতিক আকাশত উদয়ৰ পথত। এই সৌভাগ্য আহিছে মহাৰাষ্ট্রৰ সাম্প্রতিক ৰাজনৈতিক সঙ্কটৰ পৰা।

বুধবাৰে পুৱা ৬ বজাত ৪০-এ চার্টার্ড বিমানত চুৰাটৰ পৰা অসমলৈ লৈ অহা হয় বিক্ষুব্ধ শিবসেনা বিধায়কসকলক। নিশাৰ ভিতৰতে আহি উপস্থিত হয় আৰু পাঁচজন।

কিন্তু লক্ষণীয় কথাটো হৈছে মহাৰাষ্ট্রৰ আশেপাশে ‘বিজেপিশাসিত’ ৰাজ্যৰ অভাৱ নাই। তাৰ পিছতো কিয় গুৱাহাটীলৈ আহিল? প্রশ্নটোৰ উত্তৰতেই নিহিত হৈ আছে দেশৰ ৰাজনীতিত হিমন্ত বিশ্বৰ উত্থানৰ ইংগিত।

ADVERTISEMENT
ADVERTISEMENT

মহাৰাষ্ট্র চৰকাৰ বগৰাবলৈ বিজেপিয়ে যি ‘অপাৰেচন কমল’ৰ কথা কৈছে, তেনে ‘অপাৰেচন’ত সিদ্ধহস্ত নিজে কংগ্রেছৰ পৰা বিজেপিলৈ অহা হিমন্ত। গুৱাহাটীয়ে হওক বা কাজিৰঙা, হোটেল-ৰিছর্টত বিধায়কসকলক ৰাখি চৰকাৰ ভঙা-পতাৰ ৰাজনীতিৰ সৈতে পৰিচিত। দীর্ঘদিন ধৰি সমগ্ৰ বিষয়টোত প্রধান মস্তিষ্ক, কাৰিকৰ হৈ আছে হিমন্ত নিজে।

Like this:

Like Loading...

Related

Tags: হিমন্ত বিশ্ব
Share5Tweet3Send

Related Posts

সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব নিযুক্তি
Political

সাংসদ পবিত্ৰ মাঘেৰিটাক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব নিযুক্তি

by Staff Reporter
July 5, 2022
53
সংখ্যালঘু উন্নয়নৰ ধন খৰচত অনীহা : বিতর্কত যোগী আদিত্য নাথ
Political

যোগীৰ দ্বিতীয়টো মুখ্যমন্ত্রীত্বৰ কাৰ্যকালত প্রথম ১০০ দিনতেই ৫২৫জনক আৰক্ষীৰ এনকাউন্টাৰ

by Staff Reporter
July 5, 2022
56
গুৱাহাটীত ৪০ বিসম্বাদী বিধায়কক লৈ শিৱসেনা নেতা একনাথ চিন্দে, ৰেডিচন ব্লুত বাহৰ
Political

শক্তি পৰীক্ষাত জয়লাভ শিন্ডেৰ, আস্থা ভোটত ১৬৪ বিধায়কৰ সমর্থন

by Staff Reporter
July 4, 2022
60
নূপুৰ শৰ্মাক ভৰ্ৎসনা কৰি ব্যক্তিগত আক্রমণৰ সন্মুখীন ন্যায়াধীশ!
Political

নূপুৰ শৰ্মাক ভৰ্ৎসনা কৰি ব্যক্তিগত আক্রমণৰ সন্মুখীন ন্যায়াধীশ!

by Staff Reporter
July 4, 2022
60
শিৱসেনা নেতা সঞ্জয় ৰাউতক ১১ ঘণ্টা ধৰি ইডিৰ জেৰা
Political

শিৱসেনা নেতা সঞ্জয় ৰাউতক ১১ ঘণ্টা ধৰি ইডিৰ জেৰা

by Staff Reporter
July 2, 2022
52
মহাৰাষ্ট্রত চৰকাৰৰ পৰা আঁতৰাৰ লগে লগেই আয়কৰ জাননী শাৰদ পাৱাৰলৈ
Political

মহাৰাষ্ট্রত চৰকাৰৰ পৰা আঁতৰাৰ লগে লগেই আয়কৰ জাননী শাৰদ পাৱাৰলৈ

by Staff Reporter
July 2, 2022
56
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794708
Total views : 4876882
Who's Online : 29
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: